Resignation from Congress: নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচটা মাহ থকা অৱস্থাত প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাত ৷ অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যম আৰু তথ্য-প্রযুক্তি বিভাগৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে প্রফু
Deadly Border Fighting: পাকিস্তান আৰু আফগানিস্তানৰ মাজত পুনৰ আৰম্ভ হৈছে সংঘৰ্ষ। তথ্য অনুসৰি শনিবাৰে গভীৰ নিশা দুয়োখন দেশৰ সৈন্যই গুলীচালনা আৰম্ভ কৰে। তথ্য অনুসৰি আফগানিস্তানৰ স্পিন বল্ডক অঞ্চলত গুলী
AI: বহুতে ভাবিছে চেট জিপিটিয়ে টকা উপার্জন কৰিব পাৰে নেকি? উত্তৰটো হ’ল নহয়, কিন্তু ই আপোনাক এনেকুৱা টিপছ দিব পাৰে যিয়ে আপোনাক ভাল উপাৰ্জন কৰাত সহায় কৰিব পাৰে। চাও আহক চেট জিপিটি কেনেকৈ আপোনাৰ উ
SIT Pressmeet: হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ তদন্তৰ অভিযোগনামা দাখিল কৰা হ’ব ১২ডিচেম্বৰত ৷ এই কথা আজি এক সংবাদমেল যোগে সদৰি কৰিলে এছ আই টিৰ মুৰব্বী তথা এছডিজিপি মুন্নাপ্রসাদ গুপ্তা
Live- in Relationship: প্রাপ্তবয়স্ক হ’লেও বিবাহৰ বাবে আইনী দিশৰ পৰা বয়স্ক নহ’লেও পাৰস্পৰিক সন্মতিৰ ভিত্তিত এনে পুৰুষ-মহিলা ‘লিভ ইন’ অর্থাৎ মুক্ত সহবাসত আইনী বাধা নাই বুলি ৰায়দান কৰিলে ৰাজস্থান উচ্চ ন্
Acs Officer Nupur Bora: পুনৰ বিপদত বহু বিতৰ্কিত এচিএছ বিষয়া নুপূৰ বৰা ৷ চিএম ভিজিলেঞ্চে বৰাৰ বিৰুদ্ধে পুনৰ ৰজু কৰিলে গোচৰ ৷ বৰপেটাত চৰকাৰী ভূমি ব্যাপক অনিয়মেৰে বিক্ৰী কৰাৰ অভিযোগত চিএম ভিজিলেঞ্চে বৰাৰ
Rongmahal: গুৱাহাটী উচ্চ ন্যায়ালয় বৰ্তমানৰ স্থানৰ পৰা উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰিত সন্দৰ্ভত গুৱাহাটী বাৰ কাইন্সিল প্ৰতিবাদমুখৰ হৈ থকাৰ মাজতে চলিত মাহতে নতুন ভৱনৰ আধাৰশিলা আৰু ভূমি
Indigo Flight : শনিবাৰেও অচল ইণ্ডিগ’ৰ বিমান সেৱা ৷ কে’বা শতাধিক বিমান উৰণ বাতিল ৷ দিল্লী বিমান বন্দৰত আৱদ্ধ গুৱাহাটী অভিমুখী যাত্রী ৷ একেদৰে গুৱাহাটী বিমান বন্দৰতো ৩২ খন বিমানৰ উৰণ বাতিল ৷ আনহাতে কে
Heroin Seized in Lakhimi nagar: গুৱাহাটী মহানগৰী শেহতীয়াকৈ ড্ৰাগছ সৰবৰাহকাৰীৰ বাবে হৈ পৰিছে কৰিডৰ ৷ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰস্থিতি লৈ অহাৰ মাজতে হাতীগাঁও লখিমী নগৰত ২৫ পেকেট হেৰ’ইন জব্দ ৷ বিশেষ খবৰৰ ভ
Chess prodigy:মধ্যপ্ৰদেশৰ এখন সৰু চহৰ সাগৰৰ বাসিন্দা সর্বজ্ঞা সিং কুশৱাহাই বিশ্ববাসীক আচৰিত কৰি তুলিছে। মাত্র তিনি বছৰ সাত মাহ ১৩ দিন বয়সতে তেওঁ বিশ্বৰ আটাইতকৈ কম বয়সীয়া ইণ্টাৰনেচনেল চেচ ফেডাৰেছ
Eviction:✒️পূর্বে ঘোষিত অনুসৰি নগাঁও প্রশাসনে একাংশ উচ্ছেদিতৰ হিয়াভগা কান্দোনৰ মাজতে কালি ৰূপহীহাটৰ ভকতগাঁৱৰ অর্ধ-শতাধিক পৰিয়ালৰ গৃহত বুলড’জাৰ চলায়। বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষীৰে পৰিবেষ্টি
Vladimir Putin:✒️ছজিনাৰ পাত আৰু মচুৰ দাইল, ভাপত সিজোৱা মিলেটৰ পৰা তৈয়াৰী মুৰুংগেলাই চাৰু নামৰ চুপৰ পৰা কাশ্মীৰী খাদ্য তথা পৰম্পৰাগত খাদ্যৰে শুকুৰবাৰে নিশা কছ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনক আপ্যায়ন ক
Winter:✒️সাধাৰণতে শৰীৰ পৰিষ্কাৰ আৰু সুস্থ কৰি ৰাখিবলৈ প্রতিদিনে গা ধোৱাটো বাঞ্ছনীয়। কিন্তু বহুতে শীতকালত গা ধোৱাৰ পৰা বিৰত থাকে। কোনোৱে প্রতিদিনে গা ধোবে, আন কোনোরে সপ্তাহত এবাৰ বা দুবাৰহে পা
Simone Tata:✒️ছিমন টাটাৰ দেহাৱসান।দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পাছত ব্ৰিচ কেণ্ডি হাস্পতালত শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে ছিমন টাটাই। টাটা গ্ৰুপৰ অধ্যক্ষ নোৱেল টাটাৰ মাতৃ আছিল তেওঁ। মৃত্যুৰ সম
Indigo Flight: দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ৰ মাজত বৰ্তমান বিশৃংখল হৈ পৰিছে। কোম্পানীটোৰ সেৱা কাৰ্যতঃ ভাঙি গৈছে। শুকুৰবাৰেও দেশৰ প্ৰায় সকলো প্ৰান্তৰ সকলো ইণ্ডিগ’ই অন্তদেশীয় বিমান বাতিল ক
New cricket stadium opens in Umrangso: অসম ক্ৰীড়া মানচিত্ৰত নতুন সংযোজন ৷ পাৰ্বত্য জিলা ডিমা হাছাওৰ উমাৰাংছত বৃহস্পতিবাৰে মুকলি কৰা হ’ল এচিএ ক্ৰিকেট ষ্টেডিয়াম ৷ষ্টেডিয়াম খন মুকলি কৰে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্
Wild Elephant Attack: দিনক দিনে বৃদ্ধি পাইছে হাতী- মানুহৰ সংঘাত ৷ শীতৰ আগমনৰ লগে লগে খাদ্যৰ সন্ধানত জনঅৰণ্যত বন্যহস্তীয়ে সৃষ্টি কৰা উপদ্ৰৱত ত্ৰস্তমাণ হৈ পৰিছে ৰাইজ। আজি পুৱাই গোৱালপাৰাৰ আগিয়াত হাতীৰ
Jorhat Medical College:✒️বিগত কে’বামাহ ধৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কুকুৰ-মেকুৰীয়ে কামুৰিলে ব্যৱহাৰ কৰা ঔষধৰ যোগান বন্ধ কৰি ৰখাত ৰাইজৰ বিলাই বিপত্তিৰ সীমা নোহোৱা হৈছে। উল্লেখ্য যে কুকুৰ বা মেকুৰীয়
Viral video:✒️বিবাহৰ ‘কেক’ কটাক লৈয়ে কাজিয়াত লিপ্ত হ’ল নৱজীৱন আৰম্ভ কৰা দম্পতী। এনে এক ভিডিঅ’ সম্প্রতি সামাজিক মাধ্যমত ভাইৰেল হৈছে। এই ভিডিঅ’ত দেখা গৈছে যে বিবাহ অনুষ্ঠান উপলক্ষে অভ্যাগতৰ সমাগম
Guwahati: মহানগৰীৰ সদাব্যস্ত উলুবাৰী উৰণ সেতুত পুৱাতে সংঘটিত হয় এক দুৰ্ঘটনা ৷ পথ নিৰ্মাণৰ কামত জড়িত থকা এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই উৰণ সেতুৰ ৰেলিং মহটিয়াই নিয়ে ফলত সেতু খনৰ এটা অংশ বিধ্বস্ত হয়
Road Accident in Khetri: ৰাজ্যত পুৱাই সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত প্ৰাণ গ’ল দুজনকৈ লোকৰ ৷ আহত হয় পাঁচজন লোকৰ ৷ ক্ষেত্ৰীৰৰ তেতেলীয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত নগাঁৱৰ পৰাগুৱাহাটী অভিমুখী আৰ্টিকা বাহন এ
Jal Jeevan Mission:✒️ৰাজ্য চৰকাৰে নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তর্গত কচুৱাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদ কৰি বনাঞ্চল বেদখলমুক্ত কৰিলেও ইয়াৰ ভিতৰত নির্মাণ প্রায় সম্পূর্ণ হোৱা এ
NHPC:✒️সুদীর্ঘ দুটা দশকৰ পাছত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা অসম-অৰুণাচল সীমান্তৰ গেৰুকামুখৰ নামনি সোৱণশিৰি বৃহৎ নদীবান্ধটো নেচনেল গ্রীডৰ স’তে সংযুক্ত হ’ল। অসমৰ মূৰৰ ওপৰত জলবোমা সদৃশ এই বান্ধটোৰ
India-US Helicopter Deal:✒️বৃহস্পতিবাৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স’তে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বৈঠকত দুয়োখন দেশৰ প্ৰতিৰক্ষা সহযোগিতাৰ বিষয়ে আলোচন
Japan:✒️আন্তর্জাতিক মুদ্রা নিধি (আইএমএফ)ৰ শেহতীয়া প্রতিবেদনৰ তথ্য অনুসৰি বিশ্বৰ প্ৰায়বোৰ দেশত ঋণৰ পৰিমাণ ক্রমে বৃদ্ধি পাইছে। আইএমএফৰ মতে ২০৩০ বর্ষলৈকে বিশ্বৰ মুঠ সার্বজনীন ঋণ গোলকীয় মুঠ ঘৰু
Indigo Flight Bomb Threat:✒️দেশজুৰি বৃহৎ দুৰ্যোগৰ সন্মুখীন হৈছে ইণ্ডিগ’ এয়াৰলাইন্স। একেৰাহে দুদিন ধৰি দেশৰ সৰ্ববৃহৎ বিমান সংস্থাটোৰ কাৰ্যকৰী সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইয়াৰ মাজতে বোমাৰ আতংক। ছৌদ
IndiGo:✒️দেশজুৰী মহাবিপৰ্যয়ৰ মুখত ইণ্ডিগ’ এয়াৰলাইন্স। একেৰাহে দুদিন ধৰি দেশৰ সৰ্ববৃহৎ বিমান সংস্থাটোৰ কাম-কাজত গুৰুতৰ সমস্যাৰ সন্মুখীন হোৱাৰ ফলত বহু বিমান সেৱা বাতিল আৰু পলম হৈছে। তৃতীয় দ
Narendra Modi:✒️উষ্ণতা বৃদ্ধি পোৱা পৃথিৱীখনত সেউজ প্ৰকৃতি আৰু জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্য পুনৰুদ্ধাৰ কৰাটোৱেই একমাত্ৰ কৰ্তব্য। চাৰি ডিচেম্বৰ অৰ্থাৎ আজি আন্তঃৰাষ্ট্ৰীয় চিতা দিৱসত প্ৰধানমন্ত্ৰী ন
WHO:✒️বিগত কিছু বছৰত প্ৰায় সকলোৱে লক্ষ্য কৰিছে যে কম বয়সীয়া লোকৰ মাজত মগজুৰ ষ্ট’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। এনে কাৰণত বহুজনে অকালতে মৃত্যুকো আঁকোৱালি লৈছে। বহুতে কয় যে হঠাতে কথা পাতি ব
Archaeologists:✒️এক অকল্পনীয় আৱিষ্কাৰৰ গৰাকী হ’ল ইষ্ট’নিয়াৰ টার্টু বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকল। এই বিজ্ঞানীসকলে ১০ হেজাৰ পাঁচশ বছৰ পুৰণি এটা ছুইংগাম শেহতীয়াভাৱে উদ্ধাৰ কৰিছে। তেতিয়া পৃথিৱীত প্ৰ
Zubeen Garg:✒️অসম চৰকাৰে কৈছে যে ই এক হত্যাকাণ্ড। আমি জানিব বিচাৰো যে ভাৰত চৰকাৰে আয়োজন কৰা এক কাৰ্যসূচীত বিদেশৰ মাটিত কিদৰে এক হত্যাকাণ্ড সংঘটিত হ’ল। আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰো আৰু জুবিন গাৰ্
আশংকাক সত্য প্রমাণিত কৰি ডলাৰৰ বিপৰীতে টকাৰ মূল্যই অতিক্ৰম কৰিলে ৯০ টকাৰ সীমা। ধাৰাবাহিক পতনৰ পৰিণতিত এক ডলাৰৰ তুলনাত বুধবাৰে টকাৰ মূল্য হ্রাস পায় ৯০.২৯ লৈ। ভাৰতীয় টকাৰ মূল্যৰ এই বৃহৎ স্খল
Putin:✒️সকলো ঠিকে থাকিলে আজি সন্ধিয়া ভাৰতত উপস্থিত হ’ব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু অপাৰেচন সিন্দূৰৰ আৰম্ভ হোৱাৰ পাছত পুটিনৰ প্ৰথম ভাৰত ভ্ৰমণ কেবাটাও কা
Uttarakhand:✒️বৰ্তমান চাৰিওফালে বিয়াৰ বতৰ। বিয়াৰ অনুষ্ঠানত আজি কালি দেখিবলৈ পোৱা যায় বহু জাকজমকতা।সম্প্ৰতি উত্তৰাখণ্ডত বিয়াৰ ক্ষেত্ৰত ২৫খন গাঁওবাসীয়ে লৈছে কেইটামান গুৰুত্বপুৰ্ণ সিদ্ধান
Chhattisgarh:✒️চত্তীশগড়ত মাওবাদী বিৰোধী অভিযানত আন এক বৃহৎ সফলতা। বুধবাৰে বিজাপুৰ সীমান্ত এলেকাত এক অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত পাঁচজন মাওবাদী নিহত হোৱাৰ বিপৰীতে এজন
khaleda zia:✒️বাংলাদেশৰ বিএনপিৰ দলৰ নেত্ৰী খালেদা জিয়াৰ শাৰীৰিক অৱস্থা এতিয়াও চিন্তনীয়।শেষ হোৱা নাই সংকট। চিকিৎসালয়ৰ সূত্ৰৰ উদ্ধৃতি দি বাংলাদেশৰ সংবাদ মাধ্যম ‘প্ৰথম আলো’ই প্ৰকাশ কৰিছে যে
আপোনালোক সকলোৱে নিশ্চয় জীবন বীমা, অংগ বীমা আৰু গাড়ীৰ বীমা আদিৰ কথা জানে বা নিজে ব্যৱহাৰ কৰি পাইছে। কিন্তু হার্টব্রেক বা হৃদয় ভঙাৰ বীমাৰ দৰে কোনো বীমা আঁচনিৰ কথা শুনিছেনে? আচৰিত হৈছে নহয়নে বা
ট্ৰাকেৰে কঢ়িয়াই নিছিল বিস্ফোৰক ভৰ্তি কাৰ্টন। ৰাজস্থানৰ উদ্ধাৰ হৈছে মুঠ ১০৯ বিস্ফোৰক কাৰ্টন ।বিস্ফোৰক ভৰ্তি ট্ৰাকখনৰ পৰা উদ্ধাৰ হৈছে ৯৮১টা জেলেটিন ষ্টিক, ৯৩টা ডিটনেটৰ আৰু এটা ছেফটি ফিউ
Rajasthan:✒️ধাৰণা কৰাতকৈ বহু পূর্বেই ভাৰতত মুদ্ৰাৰ প্ৰচলন ঘটিছিল। আনকি খ্রীষ্টপূর্ব সপ্তম শতিকাতে ভাৰতত মুদ্রাৰ প্ৰচলন আৰম্ভ হোৱাৰ তথ্য শেহতীয়াভাবে উদ্ধাৰ হৈছে। এই কথা অনুমানৰ ভিত্তিত কোৱা ক
China:✒️বিগত কিছু বছৰত প্ৰযুক্তিৰ ক্ষেত্ৰত বহু উন্নয়ন সাধন কৰা চীনৰ সম্প্রতি আশংকাৰ কাৰণ হৈছে মানৱ সদৃশ ৰব’ট। ক্রমে দেশখনত এনে উদ্যোগত বিনিয়োগৰ পৰিমাণো চকুত লগা ধৰণে বৃদ্ধি পাইছে। ইয়াক লৈ সম
Nagaon:✒️অবিভক্ত নগাঁও জিলা অর্থাৎ বৰ্তমানৰ নগাঁও, হোজাই আৰু মৰিগাঁও জিলা মূলতঃ কৃষিপ্রধান হ’লেও শেহতীয়াভারে এই তিনি জিলাত উদ্বেগজনকভাবে হ্রাস পাইছে কৃষিভূমি আৰু কৃষকৰ সংখ্যা। জনবিস্ফোৰণৰ
ৰাজ্যৰ বিত্তীয় স্বাস্থ্যৰ উন্নয়ন সাধনৰে নজিৰবিহীন বিকাশৰ পথ নিৰ্মাণ কৰা বুলি ড হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দাবী কৰি অহাৰ সময়তে অসম চৰকাৰক বাস্তৱ ভিত্তিত বাজেট প্রস্তুত কৰিবলৈ পৰামৰ্শ দিলে
সময় বহু আগবাঢ়ি গ’ল, সমাজ আধুনিক হ’ল আৰু মানুহ শিক্ষিত হ’ল যদিও সমাজৰ পৰা আজিও জাত-পাতৰ বিচাৰ আঁতৰ হোৱা নাই। এই জাত-পাত বিচাৰৰ শেহতীয়াভাৱে সাক্ষী হৈছে আন্তর্জাতিক খ্যাতিসম্পন্ন যাদুকৰ পি চি
parliament:✒️সংসদৰ শীতকালীন অধিবেশনৰ দ্বিতীয় দিনাও ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ) ৰ ওপৰত আলোচনাৰ দাবীত বিৰোধীয়ে উত্তাল কৰি তোলে উভয় সদন।ৰাজ্যসভাত এছআইআৰৰ ওপৰত বিতৰ্কৰ দাবীত বিৰোধী
Distribution of appointment letters: মহানগৰীৰ সৰুসজাইত ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হ’ব গৃহ বিভাগত বৃহৎ নিযুক্তি সমাৰোহ ৷ অসম আৰক্ষীত নিযুক্তি লাভ কৰিব ৫,৮১৮ গৰাকী প্ৰাৰ্থীয়ে ৷ ইয়াৰে ১৫৬গৰাকী প্ৰাৰ্থীয়ে উপ-পৰি
Nagaon: গীত-মাতেৰে আজি মুখৰিত হ’ল নগাঁও জিলাৰ বেবেজীয়াৰ জামুগুৰি চাৰিআলি । অঞ্চলটোৰ সুনীল শইকীয়া সংগীত মহাবিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আজি পুৱাৰে পৰা সন্ধিয়ালৈকে প্ৰ
APCC: ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচটা মাহ থকা অৱস্থাত কংগ্ৰেছে নিৰ্বাচনী ৰণত জপিয়াই পৰিবলৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। প্ৰদেশ কংগ্ৰেছৰ এনে তৎপৰতাক নতুন মাত্ৰা প্ৰদান কৰি মঙলবাৰ
Lok Bhawan: অতীত হ’ল ৰাজভৱন ৷ সমগ্ৰ দেশৰ ‘ৰাজভৱন’ সমূহ ৰূপান্তৰ কৰা হ’ল ‘লোকভৱন’লৈ ৷ সেই অনুসৰি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চাযই ২৮ নৱেম্বৰত এক অধিসূচনাযোগে অসমৰ ৰাজভৱনৰ নাম সলনি কৰি লোক ভৱন,
Sribhumi Masjid: মানৱতাৰ নাই কোনো ধৰ্ম ৷ এইষাৰ কথা সচাঁ অৰ্থত প্ৰমাণিত কৰিলে মছজিদৰ এজন ইমামে ৷ তেওঁৰ উপস্থিত বুদ্ধিৰ বাবে ৰক্ষা পৰিল সাতজন হিন্দু লোকৰ। শ্রীভূমিৰ বাহাদুৰপুৰ-বড়বাড়ি জামে মছজিদৰ কাষত
কলকাতা বুলি ক’লে লোভনীয় পথৰ খাদ্য (স্ট্রীট ফুড)ৰ কথাও মনলৈ আহে। যুগ যুগ ধৰি মহানগৰখনে এই পৰম্পৰা বৰ্তাই ৰাখিছে। সম্প্রতি কলকাতা মহানগৰে খাদ্যৰ দিশৰ পৰা আন এক স্বীকৃতি অর্জন কৰিছে। ইতৰ প্ৰা
Guwahati: বিভিন্ন দাবীত সোমবাৰৰ পৰা অব্যাহত ৰখা ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ অনির্দিষ্টকালীন কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘটেআজি ভৰি দিলে দ্বিতীয় দিনত ৷ আজিও মহানগৰীৰ চচলত ১০৮ মৃত্যুঞ্জয় কৰ্ম
NIDFF Film festival: অহা ১৩ ডিচেম্বৰত মহানগৰীৰ জ্যোতি চিত্ৰবনৰ কলাগুৰু প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব তৃতীয় NIDFF ফিল্ম ফেষ্টিভেলৰ বঁটা প্ৰদান অনুষ্ঠান। ৰেড কাৰ্ডিনেল মোশ্যন পিকচাৰ্ছ (RCMP) আৰু AGCSয়ে আয়োজন কৰ
IndiGO :✒️মাজ আকাশত পুনৰ আতংক। বোমাতংক আতংকত বিমানৰ জৰুৰীকালীন অৱতৰণ। কুৱেইটৰ পৰা হায়দৰাবাদ অভিমুখী ইণ্ডিগোৰ বিমান অৱতৰণ কৰিলে মুম্বাইত। তথ্য অনুসৰি, যাত্ৰীসকল সুৰক্ষিত। এই পৰ্যন্ত বিমান স
Dima Hasao: পাৰ্বত্য জিলা ডিমা হাছাও-কাছাৰ সীমান্তত নিশা আৰক্ষীৰ এনকাউণ্টৰ । আৰক্ষীৰ গুলীত নিহত হয় নিষিদ্ধ উগ্রপন্থী সংগঠন এইছপিচি(ডি) কেডাৰ। ডিমা হাছাওৰ জিনাম ভেলীত নিষিদ্ধ সংগঠনৰটোৰ একাংশ কেড
Supermoon:✒️বছৰটো শেষ হ’বলৈ আৰু বেছি দিন নাই। মাত্র এটা মাহহে বাকী আছে। তীব্রতা নাথাকিলেও ইতিমধ্যে শীতৰ আগমন হৈছে। সূর্য ডুব যোৱাৰ পাছতে কুঁৱলীৰ পৰশৰ উমান পোৱা গৈছে। সন্ধিয়া গৰম কাপোৰ পৰিধান কৰি
H-1B VISA:আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ কঠোৰ প্ৰব্ৰজন নীতিৰ পৰিপ্ৰেক্ষিতত এইচ১বি ভিছা লাভ কৰাটো ভাৰতীয়ৰ বাবে কঠিন হৈছে। প্রকাশিত তথ্য অনুসৰি, আমেৰিকাৰ চৰকাৰে বিগত এক দশকত এইচ১বি ভিছাৰ
Closed:✒️ভাৰতীয় কর্প’ৰেট জগতত স্টার্টআপৰ সফলতাৰ মাজতে এক হতাশজনক তথ্য পোহৰলৈ আহিল। তথ্য অনুসৰি যোৱা পাঁচ বছৰত দেশত ২,০৪,২৬৮ টা ব্যক্তিগত কোম্পানী বন্ধ হ’ল। লোকসভাত কেন্দ্ৰৰ চৰকাৰে এই তথ্য দাখ
Zubeen Garg: অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি মৰম প্ৰতিজন অনুৰাগীৰ আজিও সজীৱ হৈছে ৷ কৰ্তব্যৰত ভোটাৰ তালিকা জৰীপ কৰা বিষয়াই জুবিনৰ প্ৰতি প্ৰদৰ্শন কৰিলে সন্মান ৷ন্যায় নোপোৱালৈকে ভোটাৰ তালিক
Kharupetia Firing: দৰং জিলাৰ খাৰুপেটীয়াত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা ৷ দুই বন্ধু মাজত লগা কাজিয়াই ল’লে ভয়ংকৰ ৰূপ ৷ এজন বন্ধুয়ে আনজন বন্ধুলৈ লক্ষ্য কৰি কৰে গুলীবৰ্ষণ ৷ ফলত গুলীচালনাত বুকুত গুলী লাগি চি
Bank:✒️কেন্দ্রীয় চৰকাৰে দেশত ৰাজহুৱা খণ্ডৰ বেংকৰ পুনৰ চামিলকৰণৰ প্ৰস্তুতি চলাইছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিত উল্লেখ কৰা অনুসৰি, কেন্দ্ৰৰ চৰকাৰে এক নতুন পৰিকল্পনা প্ৰস্তুত কৰিছে আৰু ইয়
Book Release: মহানগৰীৰ নেড্ফি কনভেনশ্বন চেন্টাৰত শনিবাৰে অৱসৰপ্ৰাপ্ত সেনা বিষয়া ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰৰ ইংৰাজীত ৰচিত গ্ৰন্থ “কালাৰচ্ অৱ লাইফ”ৰ শুভ উন্মোচন হৈ যায় ৷ বন্তি প্ৰজ্বলনেৰে আৰম্
Parliament Winter Session:✒️বিৰোধীৰ তীব্র প্রতিবাদ-সদন ত্যাগৰ মাজেৰে আৰম্ভ হ’ল সংসদৰ শীতকালীন অধিবেশন। বিগত কে’বাখনো অধিবেশনৰ দৰে সোমবাৰেও লোকসভা আৰু ৰাজ্যসভা উভয় সদন স্থগিত ৰাখিবলগীয়া হয়। ভোটাৰ তালিক
Guwahati: উত্তৰ-পূৰ্বৰ দুৱাৰমুখ হিচাপে পৰিগণিত গুৱাহাটী মহানগৰ সম্প্ৰতি অপৰাধীৰ বাবে হৈ পৰিছে ৰম্যভূমিত ৷ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই প্ৰায় সংঘটিত হৈ আহিছে অপৰাধমূলক কাৰ্যকলাপ ৷ চোৰৰ চ
Winter session of parliament:✒️শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই স্থগিত ৰখা হ’ল অধিৱেশন।সোমবাৰে অধিৱেশনৰ আৰম্ভণিতে প্ৰশ্নোত্তৰ অধিৱেশন স্থগিত ৰাখি কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ বিৰোধী সাংসদসকলে এছ আই আৰ সন্দ
Guwahati: মহানগৰীৰ অসম-মেঘালয় সীমান্তৱৰ্তী বশিষ্ঠ,পিলিংকাটাত নিশা সংঘাতময় পৰিস্থিতি ৷অসমৰ একাংশ মহিলাক খাচী মহিলাৰ উপযুপৰি প্ৰহাৰ কৰে ৷ উল্লেখ্য যে মেঘালয়ৰ ভূমিত থকা এখন ফলকৰ লিখনি কোনো লোকে ক
HIV:✒️হিউমেন ইমিউন’ডেফিচিয়েন্সি ভাইৰাছ (এইচ আই ভি)ৰ সংক্ৰমণ ৰোধৰ দিশত ভাৰত চৰকাৰে গ্ৰহণ কৰিছে এক বৃহৎ পদক্ষেপ । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দেওবাৰে বিশ্ব এইডছ দিৱস
Student Leader arrested: কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰাৰ অভিযোগত আটক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি দ্বীপশেখৰ কলিতাক৷ দেওবাৰে এখন দোকানত চাহ খাই থকা অৱস্থাতে পানবজাৰ আৰক্ষীয়ে আটক কৰে ছাত্ৰ নে
Nalbari: এনএইছএমৰ আন্দোলনৰত কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰস্থিতি গ্ৰহণ কৰি ইতিমধ্যে দৰ্মহা কৰ্তনৰ নিৰ্দেশনা জাৰি কৰাৰ মাজতে নলবাৰীৰ ছয়জনকৈ চিকিৎসকক চাকৰিৰ পৰা অব্যাহতি দিয়া হয় ৷ অব্যা
ঘূৰ্ণীবতাহ দিত্বাহ বিধ্বস্ত শ্ৰীলংকা। স্থানীয় প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰচণ্ড বতাহ আৰু বৰষুণৰ ফলত কেবাটাও অঞ্চলত ভূমিস্খলন হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ইয়াৰ ফলত কেবাজনো লোকৰ ম
Fake Advocate: কাছাৰত ভুৱা আইনজীৱীক ৬ মাহৰ সশ্ৰম কাৰাদণ্ড বিহিলে আদালতে ৷ ভুৱা অধিবক্তাজন হ’ল সোণাই চৈদপুৰৰ আলতাফ হুছেইন বৰভূঞা ৷ ভুৱা এলএলবি চাৰ্টিফিকেটেৰে ওকালতি কৰি থকা অৱস্থাত ২০০৮ বৰ্ষত বৰভূ
Rupahihat Accident: নগাঁৱৰ জিলাৰ ৰূপহীহাটত নিশা ভয়ংকৰ দুৰ্ঘটনা। এখন মটৰ চাইকেলক মহতিয়াই নিয়ে অচিনাক্ত বাহনে ৷ থিতাতে প্ৰাণ গ’ল বাইক খনৰ আৰোহী দুই ভাতৃ সহ তিনিজনৰ ৷ মৃত ভাতৃদ্বয় হ’ল মেহেদী আলম, ছাকিল আহ
Fever:✒️শীতৰ আগমন তথা পৰিৱেশ পৰিৱৰ্তনৰ সময়তে চর্দি-কাহৰ পৰা আৰম্ভ কৰি ভাইৰেল ফিভাৰ, ডেংগু আদিয়ে আতংক বৃদ্ধি কৰিছে। অধিকাংশ ক্ষেত্ৰতে ৰক্ত পৰীক্ষাৰ পূৰ্বে জ্বৰৰ কাৰণ বুজিব নোৱৰা হৈছে। এই সময়ত
kokrajhar: আজিৰে পৰা দুদিয়াকৈ আৰম্ভ হ’ল বিটিচি পৰিষদীয় চৰকাৰৰ শীতকালীন অধিৱেশন। এই অধিৱেশনৰ মাজতে বিজেপিৰ দুই এমচিএলএক দিয়া হ’ব কাৰ্যবাহী সদস্য ৷ একেদৰে বিটিচি পৰিষদীয় সদনৰ উপাধ্যক্ষ পদ দিয়া হ
Lurinjyoti Gogoi : জনজাতিকৰণক লৈ ডিব্ৰুগড়ত অজাপৰ সভাপতি লুৰিনজ্যোতি গগৈ ৷ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেল সম্বোধন কৰি কৰি গগৈয়ে কয় বিধানসভাত দাখিল কৰা প্ৰতিবেদন এক প্ৰহসন মাথোন ৷ জন
Kyc :✒️বিনিয়োগ বা সঞ্চয় কৰাটো কিমান গুৰুত্বপূর্ণ সেয়া আজিৰ তাৰিখত সৰুৰ পৰা বৃদ্ধলৈ সকলোৱে কম বেছি পৰিমাণে জানেই। সেয়ে আজিৰ পৰা এটা দশকৰ আগৰ তুলনাত এতিয়া বেংক একাউন্ট থকা লোকৰ সংখ্যাৰ বৃহৎ পা
Road Accident in Khanapara: মহানগৰীৰ খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপত পুৱাতেই সংঘটিত হয় ভয়ংকৰ পথ দুর্ঘটনা ৷সদাব্যস্ত পথটোৰে গৈ থকা কয়লাভৰ্তি ট্ৰাক এখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড খুন্দা মাৰে ডিভাইদাৰত ৷ পথৰ
ৰেল যোগে যাত্ৰা… মানে মাথোঁ গন্তব্যলৈ যোৱাই নহয়, এই যাত্রাটোৱেই হয় এক বিশেষ অনূভৱ। চকুত পৰে পথৰ দুয়োপাৰৰ সুন্দৰ প্রকৃতি, আৰু মনৰ কোণত থৈ যায় অচিনাকি মানুহৰ কেইটামান মিঠা তিতা গল্প। আহক, জ
BTC: বিটিচিৰ এমচিএলএৰ বাবে ছয় সদস্যক মনোনীত কৰিলে ৰাজ্যপালে। আটাই কেইগৰাকী পাৰিষদ ছটা জনগোষ্ঠীৰ নেতা ৷ মনোনীত পাৰিষদ কেই গৰাকী হ’ল ৰাজবংশী জনগোষ্ঠীৰ কৰ্মেশ্বৰ ৰায়, ৰাভা জনগোষ্ঠীৰ ৰতন চন্দ্
বিধানসভাত হত্যাকাৰী কেনেকৈ ? # প্রাঞ্জলসেন ডেকা দিনে দিনে অৱনমিত হোৱা বিধানসভাৰ মৰ্যাদা সদ্যসমাপ্ত শীতকালীন অধিৱেশনে ধূলিসাৎ কৰি পেলালে। যি বিধানসভাক ‘পৱিত্ৰ সদন’ৰূপে শ্রদ্ধা কৰা হয়, সেই
Eviction:✒️বিভিন্ন আইন উলংঘনৰ অভিযোগৰ মাজতে কালি ক্রমাগত দ্বিতীয় দিনৰ বাবে প্রশাসনে নগাঁৱৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলাই বেদখলকাৰীসকলৰ কে’বাশ বাসগৃহ আৰু প্রকাণ্ড প্রকাণ্ড ত
Dantewada:✒️চত্তীশগড়ত ৩৭টা মাওবাদীৰ আত্মসমৰ্পণ।দান্তেৱাড়া জিলাৰ চি আৰ পি এফ আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াৰ ওচৰত তেওঁলোকে আত্মসমৰ্পণ কৰে। তেওঁলোকৰ সকলোৰে মুঠ মূৰৰ মূল্য আছিল ৬৫ লাখ টকা। আত্মসমৰ্
ঠাণ্ডা-গৰম সেক বিষ হ’লে পেশীসমূহক আৰাম দিবলৈ আৰু শৰীৰৰ প্রদাহ কমাবলৈ ঠাণ্ডা আৰু গৰম সেক দিব পাৰে। এবাৰ ‘হট ৱাটাৰ’ বেগ বিষ হোৱা স্থানত ১৫ ছেকেণ্ড মান ধৰি থাকিব। তাৰ পাছত সেই স্থানতে বৰফ পানীৰ
কৰ্কটৰ সুনির্দিষ্ট কাৰণ কি সেয়া এই পর্যন্ত প্রমাণিত হোৱা নাই। অধিকাংশ ক্ষেত্রতে কোনো নির্দিষ্ট খাদ্য, অভ্যাস বা কামৰ প্ৰভাৱ আছে যিটো এতিয়াও প্রমাণ হোৱা নাই। কৰ্কটৰ নানা কাৰণ থাকিব পাৰে। জ
Human washing machine:✒️ৱাশ্বিং মেচিন সম্প্রতি অধিকাংশ মানুহৰে নিত্য প্রয়োজনীয় সামগ্ৰীসমূহৰ অন্যতম। কিয়নো কম ব্যস্ততাৰ মাজতো পৰিষ্কাৰকৈ কাপোৰ ধুবলৈ হাতেৰে থেকেচি থকাৰ প্ৰয়োজন নাই। বৰঞ্চ বাশ্বিং মে
UK:✒️হাৰিয়ানাৰ এজন ৩০ বছৰীয়া যুৱক উচ্চ শিক্ষাৰ বাবে ব্ৰিটেইনলৈ গৈছিল।ৱৰ্চেষ্টাৰত তেওঁক হানি খুচি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । বিজয়কুমাৰ শ্বেওৱান নামৰ যুৱকজন হাৰিয়ানাৰ চৰখী দাদৰি
বিশ্বৰ বৃহত্তম মহানগৰৰ স্বীকৃতি অর্জন কৰিলে ইণ্ডোনেছিয়াৰ ৰাজধানী জাকার্টাই। জাকার্টাই এই স্বীকৃতি অৰ্জন কৰাৰ কাৰণ হৈছে মহানগৰখনৰ জনসংখ্যা চাৰি কোটি এক লাখ ন হেজাৰ। তিনি কোটি ছয় লাখ ছহেজ

20 C