তিনিচুকীয়াৰ বিশিষ্ট সাহিত্যিক ,জাতীয়তাবাদী মহিলা পাৰুল শৰ্মাৰ মৃত্যু, শোক

মাইনু মৰাণ, ডুমডুমা, ২৯ এপ্ৰিল: তিনিচুকীয়া জিলাৰ এগৰাকী জাতীয়তাবাদী শিবিৰৰ অগ্ৰণী মহিলা,বিশিষ্ট সাহিত্যিক পাৰুল শৰ্মাৰ যোৱা নিশা মৃত্যু হয়।৯২ বছৰ বয়সত বাৰ্ধক্যজনিত অসুখত মৃত্যু হোৱা সাহি

29 Apr 2021 8:47 pm
আলফা স্বাধীনৰ নেতা গুণত ডাঙৰীয়া ওৰফে জীৱন মৰাণ অসম আৰক্ষীৰ জিম্মাত জীৱনহীন আলফা স্বাধীন

গণ বাৰ্তা , ডুমডুমা, ২৯ এপ্ৰিল: অৱশেষত আলফা স্বাধীনৰ নেতা গুণত ডাঙৰীয়া ওৰফে জীৱন মৰাণ অসম আৰক্ষীৰ জিম্মাত পোৱাৰ খবৰে পৰিয়ালক উৎফুল্লিত কৰি তুলিছে। সেনাৰ হাতৰ পৰা অসম আৰক্ষীয়ে চমজি লোৱা বুলি

29 Apr 2021 8:42 pm
ভোট গণনাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে যোৰহাট জিলা প্ৰশাসনে

৫১ ৰাউণ্ডত সম্পূৰ্ণ হব যোৰহাট নিৰ্বাচন জিলাৰ ভোট গণনা গণ বাৰ্তা , যোৰহাট, ২৯ এপ্ৰিল: অহা ২ মে ত অনুষ্ঠিত হব লগীয়া বিধানসভা নিৰ্বাচন ৰ ভোট গণনাৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যেই সম্পূৰ্ণ কৰি তুল

29 Apr 2021 7:09 pm
অসম-বংগ সীমান্তৰ ছোটগুমাৰ বেলৰ চৰত আৰক্ষী আৰু বন বিভাগৰ অভিযান:অবৈধ কাঠকে ধৰি কাঠ পৰা মেচিন জব্দ:

গণ বাৰ্তা, আগমনীত,২৯ এপ্ৰিল : অসম বংগ সীমান্তৰ ছোটগুমাৰ বেলৰ চৰত বন বিভাগ আৰু আৰক্ষীৰ বৃহৎ অভিযান । যৌথ অভিযানত আৰক্ষী আৰু বন বিভাগে জব্দ কৰে চেগুনকে ধৰি ১৮ টাকৈ মূল্যৱান কাঠৰ কুন্ডা ।অভিযান

29 Apr 2021 6:55 pm
কৰোনাত আক্ৰান্ত হৈ তিনিচুকীয়াত পুনৰ এজনৰ মৃত্যু, এইবাৰ জাগুনত শিক্ষকে হেৰুৱালে প্ৰাণ

কৰোনাত আক্ৰান্ত হৈ তিনিচুকীয়াত পুনৰ এজনৰ মৃত্যু, এইবাৰ জাগুনত শিক্ষকে হেৰুৱালে প্ৰাণ গন বাৰ্তা বিশেষ, তিনিচুকীয়া আৰু গণ বাৰ্তা লেখাপানী, ২৯ এপ্ৰিলঃ কৰোনাত আক্ৰান্ত হৈ তিনিচুকীয়াত পুনৰ

29 Apr 2021 5:21 pm
আগমনীৰ বটেৰহাটত মৰ্মান্তিক দূৰ্ঘটনাত টেট শিক্ষকৰ মৃত্যু: শোকৰ ছাঁ বিৰাজ কৰে অঞ্চলটোত

গণ বাৰ্তা, আগমনী,২৮ এপ্ৰিল : আগমনী ৰাজহ চক্ৰৰ অধীনৰ বটেৰহাটত পথ দুর্ঘটনাত আজি নিহত হয় টেট শিক্ষক ।আজি দূৰ্ঘটনাত নিহত হয় কৰিম উদ্দিন সেখ।কৰিম উদ্দিন সেখ বটেৰহাটৰ ১৬১৭ নম্বৰ নয়াপাৰা প্ৰাথম

28 Apr 2021 8:23 pm
ডুমডুমাত অসম বিকাশ যোজনাৰ শৌচাগাৰ জৰাজীৰ্ণ

গণ বাৰ্তা, ডুমডুমা, ২৮ এপ্ৰিল: তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰত অসম বিকাশ যোজনাৰ শৌচাগাৰ-প্ৰসাৱ গাৰ জৰাজীৰ্ণ ৰূপে ৰাইজৰ চকু কপালত তুলিছে। ডুমডুমা পৌৰ প্ৰশাসনৰ অকৰ্মণ্যতাৰ বাবেই অসম বিকাশ যোজ

28 Apr 2021 7:32 pm
ভুমিকম্পৰ ফলত ধিঙত ব্যপক ক্ষতিসাধন-পশুধনৰ মৃত্যু।

গণ বাৰ্তা, ধিং, ২৮ এপ্ৰিল : আজি পুৱাই হৈ যোৱা ভূইকম্পৰ ফলত নগাঁও জিলাৰ ধিঙতো ব্যপক ক্ষতিসাধন হয়। ধিঙৰ এলেকাধীন একাংশ চৰৰ ভূমিত দীঘলীয়া গাতৰ সৃষ্টি হৈছে। ভূইকম্পৰ ফলত ধিঙৰ ৰজাবাৰীতো ভূমিত ফাট

28 Apr 2021 5:37 pm
কাজিৰঙাত এলিফেণ্ট ছাফাৰী, অৰ্কিড পাৰ্ক বন্ধৰ ঘোষণা | কভিডত শিশুসহ ৫ জন আক্ৰান্ত

গণ বাৰ্তা, বোকাখাত, ২৮ এপ্রিল : দেশৰ আন ৰাজ্যৰ লগতে অসম তথা কাজিৰঙা অঞ্চলত মহামাৰী ক'ভিডে এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে ৷ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অ

28 Apr 2021 4:30 pm
VIDEOS সমগ্ৰ অসমৰ লগতে কাষৰীয়া ৰাজ্যসমূহত ভূমিকম্পৰ জোকাৰণি

গুৱাহাটী, ২৮ এপ্ৰিল: আজি ৭:৩০ বজাত অসমৰ লগতে কাষৰীয়া ৰাজ্য সমূহত অহা ৬.৭ ৰিখটাৰ স্কেলৰ ভয়াৱহ ভূমিকম্পৰ ফলত এক আতংকময় পৰিবেশৰ সৃষ্টি হয়। জোকাৰণিৰ ফলত অসমৰ কিছু কিছু অঞ্চলত ঘৰ-অট্টালিকাৰ দ

28 Apr 2021 9:30 am
বিজয়ৰ পিছতো নহ’ব বিজয়ীৰ উল্লাস : মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ তীব্ৰ বাক্যবানৰ পিছত নিৰ্বাচন আয়োগৰ নিৰ্দেশনা

চাৰ্টিফিকেট গ্ৰহণ কৰিবলৈ দুজনতকৈ অধিক ব্যক্তি যাব নোৱাৰিব নতুন দিল্লী, ২৭ এপ্ৰিল: মাদ্ৰাজ উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক কোৰোনা মহামাৰীৰ দ্বিতীয় লহৰৰ বাবে জগৰীয়া বুলি কোৱাৰ এটা দিনৰ পিছতে

28 Apr 2021 12:47 am
ভোট গণনাৰ চাৰিদিন পূৰ্বে সান্ধ্য আইনক লৈ সন্দেহ কংগ্ৰেছৰ

সান্ধ্য আইনৰ আওতাৰ পৰা ৰেহাই দিয়ক নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰা প্ৰাৰ্থী-নিৰ্বাচনী এজেণ্ট ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৭ এপ্ৰিল: অসম চৰকাৰে আজি ঘোষণা কৰা সান্ধ্য আইন সম্পৰ্কে প্ৰতিক্ৰিয়

28 Apr 2021 12:44 am
১ মে’লৈ ৰাজ্যত নৈশ সান্ধ্য আইন : সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ জাৰি

অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ব্যক্তিক ৰেহাই ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৭ এপ্ৰিল : ভোট গণনাৰ এদিন পূৰ্বলৈ ৰাজ্যত নৈশ কাৰ্ফিউ বলৱৎ কৰা হৈছে। ৰাজ্যত শেহতীয়াকৈ ক’ভিড মহামাৰীৰ সংখ্যা দ্ৰুতগত

28 Apr 2021 12:34 am
কোভিডত আক্ৰান্ত প্ৰাক্তন আয়ুক্ত সচিব মাহতাব উদ্দিন আহমেদ

গুৱাহাটীৰ এপল’ হাস্পাতালত সংকটজনক অৱস্থাত ভৰ্তি ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৭ এপ্ৰিল: ৰাজ্য চৰকাৰৰ প্ৰাক্তন আয়ুক্ত সচিব তথা অসম চিভিল ছ’চাইটীৰ কাৰ্যকৰী সভাপতি মেহতাব উদ্দিন আহমেদ কোৰোনা

28 Apr 2021 12:31 am
ধুবুৰী জিলা পৰিবহণ বিষয়াৰ যাত্ৰীবাহী পৰিবহনত অভিযান : নতুন এছ অ পি মৰ্মে চৰকাৰে দিয়া নিৰ্দেশনা পালনৰ বাবে কঠোৰ ব্যৱস্থা:

গণ বাৰ্তা, আগমনী,২৭ এপ্ৰিল: দেশত ক'ভিডৰ ভয়াবহতাৰ প্ৰতি ভাৰত চৰকাৰকে ধৰি আমাৰ অসম চৰকাৰেও ৰাজ্য খনত সকলো ধৰণৰ বিধি সন্মত এছ অ পি উলিয়াই বিভাগে বিভাগে দি বিভাগ সমূহক কঠোৰ হোৱাৰ নিৰ্দেশনা দিছ

27 Apr 2021 7:19 pm
অসম-বংগ ছাগলীয়া আন্ত: ৰাজ্যিক সীমান্তৰ ক'ভিড পৰীক্ষা কেন্দ্ৰত আজি তৃতীয় দিনা সাত জনৰ গাত ক'ভিড পজিটিভ

গণ বাৰ্তা, আগমনী,২৬ এপ্ৰিল : অসম-পশ্চিমবংগ আন্ত:ৰাজ্যিক সীমান্তৰ ছাগলীয়াৰ ক'ভিড পৰীক্ষা কেন্দ্ৰত আজি তৃতীয় দিনা সাত জনৰ গাত ক'ভিড পজিটিভ ধৰা পৰে।ইয়াৰে ছজনক হোম আইছ'লেছনত পঠোৱাৰ বিপৰীতে এজ

26 Apr 2021 8:24 pm
যোৰহাটৰ বাঘচোং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কভিড ভেকচিনৰ বাবে মানুহৰৰ ভিৰৰ দৃশ্য

যোৰহাটৰ বাঘচোং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কভিড ভেকচিনৰ বাবে মানুহৰৰ ভিৰৰ দৃশ্য । ফটো : বিকাশজ্যোতি মহন্ত

26 Apr 2021 8:18 pm
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ টিৰাপ জাগুন আঞ্চলিক সমিতি গঠন

গণ বার্তা, লেখাপানী ২৬, এপ্ৰিল : অসমৰ অন্যতম সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিভিন্ন সময়ত অসমৰ জলন্ত সমস্যা সমূহৰ বিৰুদ্ধে চৰকাৰক হেঁচা প্ৰয়োগ কৰি অসমৰ জনসাধাৰণৰ বৃহত্বৰ স্বাৰ্থ হকে সেৱ

26 Apr 2021 4:09 pm
ছাগলীয়াত ক'ভিড পৰীক্ষা কেন্দ্ৰত আজি ন জনৰ গাত ক'ভিড পজিটিভ

গণ বাৰ্তা, আগমনী,২৫ এপ্ৰিল : ধুবুৰী জিলাৰ অসম পশ্চিমবংগ সীমান্তৰ ছাগলীয়াত শনিবাৰৰ পৰা আৰম্ভ হোৱা ক'ভিড পৰীক্ষাত আজিৰ দিনটোত ন জন ৰ গাত ক'ভিড পজিটিভ ধৰা পৰে। শনিবাৰে বিয়লিৰ পৰা ছাগলীয়া আন্

25 Apr 2021 7:56 pm
আগমনীৰ জিনকাটাত এক দম্পতী কভিড আক্ৰান্ত

গণ বাৰ্তা, আগমনী,২৫ এপ্ৰিল : আগমনী ৰাজহ চক্ৰৰ অধীনৰ জিনকাটাত এটি দম্পতীৰ গাত ক'ৰণা পজিটিভ ধৰা পৰাত অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হৈছে। জানিব পৰা মতে,জিনকাটা দ্বিতীয় খন্ডৰ আৰ্জীনা খাতুন(২০) অস

25 Apr 2021 6:37 pm
হস্তী- মানৱৰ সংঘাত হ্ৰাসৰ বাবে দিখৌমুখৰ ভাস্কৰজ্যোতি ক্লাৱৰ প্ৰশংসনীয় পদক্ষেপঃ ধনেখোৱা চাপৰিত ১০০০ কল পুলি ৰোপনৰ লক্ষ্যঃ

গণ বাৰ্তা, হালোৱাটিং,২৫ এপ্ৰিলঃ ৰাজ্যত প্ৰাকৃতিক বিচৰনস্থলী হ্ৰাস আৰু খাদ্যৰ অভাৱৰ বাবেই বনৰ হাতী লোকালয়লৈ ওলাই আহি ধন-জনৰ অনিষ্ট কৰাটো এতিয়া সাধাৰণ ঘটনা হৈ পৰিছে। এনে সময়তে হস্তী- মানৱৰ স

25 Apr 2021 6:30 pm
অসম-বংগ সীমান্তৰ ছাগলীয়াত বহি: ৰাজ্যৰ ব্যক্তিক ক'ভিড পৰীক্ষা আৰম্ভ

গণ বাৰ্তা, আগমনী,২৫ এপ্ৰিল : ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়াৰ প্ৰৱেশ পথত যোৱা কালি সন্ধিয়াৰে পৰা বহি: ৰাজ্যৰ পৰা অসমত প্ৰবেশ কৰা সকলোকে ক'ভিড কেন্দ্ৰ স্থাপন কৰি কালিৰে পৰা ক'ভিড পৰীক্

25 Apr 2021 5:35 pm
প্ৰসূতি চাহ শ্ৰমিকৰ বাবে কাল হৈ পৰিছে উচ্চ ৰক্তচাপ : চাহ বাগানত অধ্যুষিত জিলা সমূহত বৃদ্ধি ঘটিছে প্ৰসূতি মৃত্যুৰ সংখ্যা

২০১৯-২০২০ বিত্তীয় বৰ্ষত ৰাজ্যত ৯১৪ টা প্ৰসূতি মৃত্যুৰ ঘটনা হিমাংশু অনুপম, ২৪ এপ্ৰিল ঃ চাহৰ বাবে বিশ্ববিখ্যাত অসম। অসমৰ চাহে বিশ্বৰ বজাৰত এক সুকীয়া স্থান দখল কৰি আহিছে। প্ৰায় ১৫০ বছৰ ধৰি অসম

25 Apr 2021 12:09 am
অক্সিজেনক লৈ হাহাকাৰ ৰাজধানী দিল্লী

অক্সিজেনৰ নাটনিত দিল্লীৰ জয়পুৰ গোল্ডেন হাস্পাতালত ২৫ ৰোগী, অমৃতসৰত ৬ ৰোগীৰ মৃত্যু নতুন দিল্লী, ২৪ এপ্ৰিল : : কোৰোনা মহামাৰীৰ দ্বিতীয় লহৰৰ সময়ছোৱাত সমগ্ৰ দেশত অক্সিজেনৰ নাটনিয়ে ভয়াৱহতাৰ সৃষ

24 Apr 2021 10:43 pm
কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নিমাতীঘাটত ফেৰীযাত্ৰীৰ বিলৈ

ষ্টাফ ৰিপৰ্টাৰ যোৰহাট,২৪এপ্ৰিল : কোভিদৰ দ্বিতীয় লহৰৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে আজি নিমাতী ঘাটত মাজুলীমুখী ফেৰীযাত্ৰীয়ে দুৰ্ভগ ভুগিব লগীয়া হয়। দূৰ দুৰণিত থকা মাজুলী জিলাৰ ছাত্ৰ- ছাত

24 Apr 2021 10:02 pm
টেঙাখাতৰ বিভিন্ন ঠাইত শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত পৰিয়ালৰ ওচৰত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈঃ টিৰপাল আৰু কৰোনাতংককালত মাস্ক বিতৰণ

গণ বাৰ্তা, টেঙাখাত, ২৪ এপ্ৰিলঃ ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ টেঙাখাত মৌজাৰ অধীনস্থ বিভিন্ন ঠাইত অলপতে প্ৰবল শিলাবৃষ্টিয়ে অনিষ্ট কৰি যোৱা টেঙাখাতৰ নকাৰী, শেনচোৱা, বায়নচুক, হাবিচুক, মাটিয়েখানা

24 Apr 2021 6:27 pm
আগমনীৰ মইশাত আজি পূৱতি নিশা সংগঠিত হয় ভয়াৱহ পথ দুর্ঘটনা : থিতাতে নিহত দুজনকৈ বিবাহ যাত্ৰী ।

তেৰজনকৈ বৰযাত্রী গুৰুতৰ ভাবে আহত , আহতক আগমনী সমুহীয়া স্বাস্থ্য কেন্দ্রত ভৰ্তি গণ বাৰ্তা, আগমনী,২৪ এপ্ৰিল : আজি পুৱতি নিশা ধুবুৰী জিলাৰ আগমনী ৰাজহ চক্ৰৰ অধীনৰ মইশাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ

24 Apr 2021 3:29 pm
বোকাখাত আৰক্ষীৰ সফল অভিযান : কাৰেং চাপৰিৰ পৰা মাৰণাস্ত্ৰসহ পাঁচ চোৰাং চিকাৰী আটক

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ২৩ এপ্ৰিল : বোকাখাত আৰক্ষীৰ এটা দলে এক সফল অভিযান চলাই ইয়াৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ কাৰেং চাপৰিৰ পৰা যোৱা নিশা মাৰণাস্ত্ৰসহ পাঁচ চোৰাং চিকাৰী আটক

23 Apr 2021 11:34 pm
ডুমডুমা আৰক্ষীৰ উল্লেখযোগ্য পদক্ষেপ ; পৰিদৰ্শক দিব্যজ্যোতি দত্তক শলাগ

মাইনু মৰাণ: ডুমডুমা: ২৩ এপ্ৰিল: অসম আৰক্ষীৰ দ্বাৰা বিভিন্ন ঠাইত কোভিড সজাগতা অনাৰ লগতে জনসাধাৰণৰ মাজত মাস্ক বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰিছে। ডুমডুমা নগৰত ডুমডুমা আৰক্ষীয়ে জনসজাগতা চলাইছে। ড

23 Apr 2021 11:29 pm
পৰিস্থিতি যদি বেয়া হয় , সমাজখন ৰক্ষাৰ বাবে লকডাউন দিব লগীয়া হব পাৰে : মুখ্য মন্ত্ৰী সোণোৱাল

গণবার্তা বিশেষ, যোৰহাট, ২৩ এপ্ৰিল : আমি লকডাউন নিবিচাৰোঁ কিন্তু পৰিস্থিতি যদি বেয়া হয় তেতিয়া সমাজখন ৰক্ষাৰ বাবে এনে সিদ্ধান্ত লব লগীয়া হব পাৰে। যাতে সেই পৰিস্থিতিলৈ যাব লগীয়া নহয়, এই ক্ষেত্ৰ

23 Apr 2021 7:39 pm
অসম-পশ্চিমবংগ আন্তঃৰাজ্যিক সীমান্তত আজিও নবহিল কভিড পৰীক্ষা কেন্দ্ৰ: স্থানীয় নাগৰিকৰ প্ৰতিক্ৰিয়া

গণ বাৰ্তা, আগমনী, ২২ এপ্ৰিল : কভিভৰ দ্বিতীয় ঢৌত ভাৰতবৰ্ষত চিন্তাৰ কাৰণ হৈ পৰিছে যদিও অসম চৰকাৰে যেন ৰাজ্যৰ পৰিস্থিতিকলৈ মুঠেই চিন্তা কৰাৰ সময় উলিয়াব পৰা নাই।শাসকীয় পক্ষই হওক বা বিৰোধী প

22 Apr 2021 8:53 pm
সাপেখাতীত ব'হাগী বৰণ অনুষ্ঠানত পাঁচজন জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনাৰ লগতে গ্ৰন্থ উন্মোচনী অনুষ্ঠান

গণ বাৰ্তা , সাপেখাতী ,২২এপ্ৰিল : সদৌ অসম কবি সন্মিলনৰ উদ্যোগত সাপেখাতী কবি চক্ৰৰ সহযোগত আজি দিনজোৰা কাৰ্য্য সূচীৰে এক অনুষ্ঠান অনুষ্ঠিত কৰা হয় । মুকুট বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভ

22 Apr 2021 7:52 pm
যোৰহাটত পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত গৰ্ভৱতী মহিলা: উত্তেজিত জনতাই ভাঙিলে কুৰি খনৰো অধিক ডাম্পাৰ

বন বিভাগ আৰক্ষী প্ৰশাসনৰ কমিচনৰাজৰ বাবে চলিছিল ডাম্পাৰৰ দৌৰাত্ম্য সোনাৰী গাঁও, মালৌআলি, কেন্দুগুৰিতো দুৰ্ঘটনাৰ ব্যাপক আশংকা গণবাৰ্তা বিশেষ, যোৰহাট ২২ এপ্ৰিল : যোৰহাটৰ জেবিৰোডত ডাম্পাৰৰ দ

22 Apr 2021 6:22 pm
নিজ পুত্ৰক সোঁ শৰীৰে ঘূৰাই দিবলৈ উগ্ৰপন্থী সংগঠনক আহ্বান জনালে তিতাবৰ বৰহোলাৰ ৰিতুল শইকীয়াৰ অসুখীয়া বৃদ্ধ পিতৃ- মাতৃয়ে

গণ বাৰ্তা বিশেষ তিতাবৰ , ২২ এপ্ৰিল : লাকোৱাত ONGC ৰিগত কৰ্মৰত সহকাৰী টেকনিছিয়ান তিতাবৰ বৰহোলাৰ ৩৮ বছৰীয়া ৰিতুল শইকীয়াক সোঁশৰীৰে ঘূৰাই দিবলৈ অপহৰণকাৰী উগ্ৰপন্থী সংগঠনক আহ্বান জনালে শইকীয়াৰ অস

22 Apr 2021 3:56 pm
বোকাখাতত পথ দুৰ্ঘটনাত দুজন নিহতঃ

গণ বাৰ্তা, বোকাখাত, ২১ এপ্ৰিলঃ আজি বোকাখাতৰ বৰচাপৰিত ৩৭ নং ঘাইপথত এক ভয়ংকৰ শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । টাটা বলেৰ'পিকআপ ভান আৰু এখন বাইকৰ মুখামুখি সংঘৰ্ষত বাইক আৰোহী দুজন থিতাতে নিহত হয় ৷ গ

21 Apr 2021 9:26 pm
লাকুৱাৰ অ'এন,জি, চিৰ ৰিগৰ তিনি কৰ্মচাৰী নিৰুদ্দেশ | আলফা( স্বা:)লৈ সন্দেহ | যোৰহাটৰ অভিযন্তা অলকেশ শইকীয়াৰ ঘৰত শোকৰ বন্যা

গণবার্তা বিশেষ, যোৰহাট, ২১ এপ্ৰিল : শিৱসাগৰ জিলাৰ লাকুৱাৰ অ এন জি চিৰ ৰিগৰ পৰা তিনি কৰ্মচাৰী নিৰুদ্দেশ হোৱাৰ পাছত ৰাজ্যত পুনৰ চাঞ্চল্য সৃষ্টি হৈছে । সন্দেহৰ আঙুলি আলফা স্বাধীনলৈ । কুইপৰ দুই

21 Apr 2021 6:44 pm
মৰাণৰ জেষ্ঠ সাংবাদিক যদু চুতীয়াৰ দেহাৱসান; মৰাণত শোকৰ ছাঁ‌

গণ বাৰ্তা, মৰাণ, ২১ এপ্ৰিলঃ এগৰাকী নিৰ্ভীক সাংবাদিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ডিব্ৰুগড় জিলা বৃহত্তৰ মৰাণ অঞ্চলৰ দোমৰ দলং মাজৰবিল গাঁ‌ৱৰ নিবাসী যদু চুতীয়া আজি পৰলোক প্ৰাপ্ত

21 Apr 2021 6:40 pm
গোলাঘাট আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ি মৃণাল গগৈ ওৰফে জ'জ

গণ বাৰ্তা বিশেষ,গোলাঘাট, ২১ এপ্ৰিল : ​গোলাঘাট আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মৃণাল গগৈ ওৰফে জ'জ। গ্ৰেপ্তাৰ পিচতে জেললৈ প্ৰেৰণ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জ'জক । এনডিপিএচ আইনৰ

21 Apr 2021 6:25 pm
বৰপেটা জিলাৰ প্ৰতিটো ৰাজহ চক্ৰতে পুণৰ মুকলি হ'ব কোভিড কেয়াৰ চেন্টাৰ

কোভিড বিধি কঠোৰভাৱে বলবৎ কৰাৰ বাবে উপায়ুক্তৰ নিৰ্দেশ বুলবুল হুছেইন, গৰেমাৰী, ২০ এপ্ৰিল : ৰাজ্যৰ অন্যান্য অংশৰ লগতে বৰপেটা জিলাতো কৰোনা ৰোগীৰ সংখ্যা পুণৰ বৃদ্ধি পাবলৈ ধৰাত উদ্বিগ্ন হৈ পৰা

20 Apr 2021 6:48 pm
দীপিকা সভাপণ্ডিত আৰু ৰুমা বেজবৰুৱা দিগদৰ্শন সাহিত্য সন্মানেৰে সন্মানিত

ষ্টাফ ৰিপ'ৰ্টাৰ,যোৰহাট,২০ এপ্ৰিল : অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী'দিগদৰ্শন প্ৰকাশনে আজি যোৰহাটৰ দুগৰাকী নিৰৱ প্ৰচাৰ বিমুখ সাহিত্যসেৱী তথা শিক্ষয়িত্ৰী দীপিকা সভাপণ্ডিত আৰু ৰুমা বেজবৰুৱাক দিগ

20 Apr 2021 6:42 pm
জাগুনত কোৰোনা আতংক, ইতিমধ্যে কেইবাগৰাকী ব্যক্তিৰ দেহত পজেটিভ । সংকটতত জনসাধাৰণ

গণ বার্তা, লেখাপানী ২০ এপ্ৰিল : সমগ্র বিশ্বৰ লগতে ভাৰতবৰ্ষ তথা অসমত মহামাৰী কোৰোনাৰ দ্বিতীয় লহৰৰ সন্ত্ৰাসে এক আতংকময় পৰিবেশৰ সৃষ্টি কৰাৰ সময়তে তিনিচুকীয়া জিলাৰ জাগুন ক্ষুদ্র প্ৰাথমিক স্ব

20 Apr 2021 6:38 pm
প্লাজমাৰ সন্দৰ্ভত যোৰহাট মেডিকেল কলেজ হস্পিতালত গুৰুত্বপূৰ্ণ বৈঠক

ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,২০ এপ্ৰিল : কভিড১৯ ৰ দ্বিতীয় ঢৌৰ ভয়াৱহতাৰ ওপৰত লক্ষ্য ৰাখি আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ৰক্তভঁৰালত চিকিৎসা বিষয়া ডাঃ ছেমিম ৰহমান আৰু তত্বাৱধায়ক ডাঃ বিদিত কুমাৰ গ

20 Apr 2021 2:04 pm
ধুবুৰীৰ গোলকগঞ্জত মাস্ক পৰিধান নকৰা লোকৰ পৰা এহেজাৰ টকাকৈ জৰিমনা আদায়

গণ বাৰ্তা আগমনী,১৯ এপ্ৰিল: চৰকাৰী নিৰ্দেশনা আৰু সম্প্ৰতি কভিড-১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰীৰ গোলকগন্জতো মাস্ক পৰিধান নকৰা ব্যাক্তিৰ প্ৰতি প্ৰশাসন কঠোৰ হৈ পৰিছে। সাৱধান কৰি দিছে

19 Apr 2021 8:52 pm
শিৱসাগৰৰ নিষ্ঠাৱান সাংস্কৃতিক, সাহিত্য কৰ্মী মাধৱ গগৈৰ দেহাৱসানঃ বিভিন্ন দল-সংগঠনৰ শোক

গণ বাৰ্তা, জয়সাগৰ , ১৮ এপ্ৰিলঃ শিৱসাগৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে নিবিড়ভাৱে জড়িত হোৱাই নহয় এগৰাকী নিষ্ঠাৱান সাংস্কৃতিক, সাহিত্যকৰ্মী তথা মেটেকা অঞ্চলৰ সৰবৰহী যুৱক মাধৱ গগৈ(২৭)ৰ আজ

19 Apr 2021 6:39 pm