SENSEX
NIFTY
GOLD
USD/INR

Weather

26    C
‘আজি নিশাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ’, খাৰ্গ দ্বীপ দখল কৰাৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

ইৰাণক পুনৰ সকীয়াই দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। বৃহস্পতিবাৰে নিশা ইৰাণৰ বিৰুদ্ধে ‘অতি ভয়াৱহ’ সামৰিক আক্ৰমণ চলাব বুলি তেওঁ ঘোষণা কৰে। ভবিষ্যতে ‘খাৰ্গ দ্বীপ’ৰ নিয়ন্ত্ৰণ

11 Jun 2026 9:11 pm
১২ বছৰীয়া কিশোৰীৰ ছদ্মৱেশত ৩৭ বছৰীয়া মহিলা : ১৪ মাহ ধৰি সকলোকে প্ৰৱঞ্চনা কৰা ব্ৰাজিলৰ আচৰিত ঘটনা

যেতিয়া এজনী ছোৱালীয়ে সহায় বিচাৰি কৈছিল যে তাইৰ বয়স মাত্ৰ ১২ বছৰ আৰু তাই নিৰ্যাতনৰ পৰা বাচি পলাই আহিছে, তেতিয়া ব্ৰাজিলৰ মানুহে তাইক সহায় কৰিবলৈ নিজৰ ঘৰৰ দুৱাৰ খুলি দিছিল। কিন্তু ব্ৰাজ

11 Jun 2026 9:07 pm
উত্তৰাধিকাৰ! ৰাষ্ট্ৰীয় দলৰ বাবে আমন্ত্ৰণ লাভ কৰিলে ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ অনভয়ে

পিতৃ আছিল জাতীয় দলৰ অভেদ্য দেৱাল। এইবাৰ তেওঁৰ ল’ৰাৰ পাল। ৰাহুল দ্ৰাবিড়ৰ উত্তৰাধিকাৰক আগুৱাই লৈ গৈ তেওঁৰ পুত্ৰ অনভয়ে ভাৰতীয় দলত স্থান দখল কৰিছে। অহা মাহত ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলে শ্ৰীলং

11 Jun 2026 8:27 pm
পুনৰ পাকিস্তানী সেনাৰ বৰ্বৰতা! নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা; পাক অধিকৃত কাশ্মীৰত কমেও ১৬ জন নিহত

পুনৰ ৰক্তাক্ত পাকিস্তান অধিকৃত কাশ্মীৰ। অভিযোগ উঠিছে যে তাত পাকিস্তানী সেনাই পুনৰ নিৰ্বিচাৰে গুলীচালনা কৰিছে। এই ঘটনাত কমেও ১৬ জন লোক নিহত হৈছে আৰু ৩৭ জন লোক আহত হৈছে। দুদিন পূৰ্বে তাত আৰক

11 Jun 2026 7:53 pm
কেন্সাৰৰ ঔষধক লৈ ডাঙৰ উদ্বেগ! মূল্য বৃদ্ধিত অনুমোদন কেন্দ্ৰৰ, সংকটত কেমোথেৰাপি ৰোগী

সমগ্ৰ ভাৰতবৰ্ষত কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত অত্যাৱশ্যকীয় কেমোথেৰাপি ঔষধৰ নাটনিয়ে উদ্বেগ বৃদ্ধি কৰিছে। এনে পৰিস্থিতিত কেন্দ্ৰই প্লেটিনাম ভিত্তিক গুৰুত্বপূৰ্ণ কৰ্কটৰ ঔষধৰ মূল্য বৃদ্

11 Jun 2026 6:56 pm
বিদ্যালয়ত গৰুৰ মাংস! হিন্দু বন্ধুক জোৰকৈ খুওৱাৰ চেষ্টা মুছলমান ছাত্ৰৰ, তাৰ পিছত…

অসমৰ গোৱালপাৰাত শেহতীয়াকৈ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। যোৱা শুকুৰবাৰে এখন বিদ্যালয়ত এগৰাকী মুছলমান ছাত্ৰই গৰুৰ মাংস আনি নিজৰ হিন্দু বন্ধুক জোৰকৈ খুওৱাৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে। এ

11 Jun 2026 5:49 pm
ওমানৰ সাগৰত পুনৰ ভাৰতীয় নাবিকৰ জাহাজত আক্ৰমণ, নেপথ্যত এইবাৰো আমেৰিকা নেকি?

ওমানৰ সাগৰত পুনৰ এখন ভাৰতীয় নাবিক থকা বাণিজ্য জাহাজত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাক লৈ বিগত তিনিদিনত তৃতীয়বাৰৰ বাবে ভাৰতীয় নাবিক থকা জাহাজত আক্ৰমণৰ ঘটনা ঘটিল। ইয়াৰ পূৰ্বে

11 Jun 2026 5:43 pm
তলাবন্ধ কোঠাত উদ্ধাৰ মৃতদেহ, হত্যা নে…? মহিলা চিকিৎসকৰ ৰহস্যজনক মৃত্যুত অভিযুক্ত স্বামী

পঞ্জাৱৰ জলন্ধৰ চহৰত সংঘটিত হৈছে এগৰাকী মহিলা চিকিৎসকৰ ৰহস্যজনক মৃত্যুৰ ঘটনা। আত্মহত্যা নে হত্যা এতিয়াও স্পষ্ট হোৱা নাই। যদিও যুৱতীগৰাকীৰ পৰিয়ালে তেওঁৰ স্বামীক অবৈধ সম্পৰ্কত জড়িত বুল

11 Jun 2026 4:49 pm
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত দেশজুৰি আন্দোলন : ককৰোচ জনতা পাৰ্টিয়ে প্ৰকাশ কৰিলে ‘শিক্ষা ইস্তাহাৰ’

দেশৰ শিক্ষা খণ্ডত একেৰাহে পৰীক্ষা বিতৰ্ক আৰু প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগক লৈ সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

11 Jun 2026 4:09 pm
এই বয়সলৈকে বৈধ থাকিব ড্ৰাইভিং লাইচেন্স! গাড়ী চালনাৰ ম্যাদক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

দেশৰ কোটি কোটি চালকৰ বাবে হয়তো অতি সোনকালে আহিব পাৰে সকাহৰ খবৰ। বাৰে বাৰে ড্ৰাইভিং লাইচেন্স নবীকৰণৰ হেঁচা কমোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বৃহৎ সংস্কাৰৰ কথা চিন্তা কৰিছে। সূত্ৰ অনুসৰি কেন্

11 Jun 2026 3:48 pm
মেছি এতিয়া লেটিন আমেৰিকান ফুটবলৰ শ্ৰেষ্ঠ বিজ্ঞাপন- ব্ৰাজিলৰ কিংবদন্তি ৰবাৰ্টো কাৰ্লোছৰ মন্তব্য

বিশ্বকাপ ফুটবল আৰম্ভ হ‘বলৈ গৈ আছে। এইখন হয়তো বিশ্ব ফুটবলৰ তিনিগৰাকী মহান তাৰকা মেছি, ৰোনাল্ডো আৰু নেইমাৰৰ বাবে শেষ বিশ্বকাপ হ’ব পাৰে। এই মহাযুদ্ধ আৰম্ভ হোৱাৰ ঠিক আগতে আৰ্জেণ্টিনাৰ এখন বা

11 Jun 2026 3:15 pm
গুৱাহাটীৰ বেলতলাত সুস্মিতা বসুমতাৰীৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত আকাশ প্ৰসাদক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীত পুনৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। বেলতলাৰ এটা ভাড়াঘৰত সুস্মিতা বসুমতাৰী নামৰ এগৰাকী যুৱতীৰ ৰহস্যজনকভাৱে মৃত্যু হৈছে। যুৱতীগৰাকীৰ ঘৰ ওদালগুৰি জিলাৰ নতুন নলবাৰী গা

11 Jun 2026 2:38 pm
ওমান উপকূলত পুনৰ ভাৰতীয় জাহাজত আক্ৰমণ; চাৰিদিনৰ ভিতৰত তৃতীয়টো ডাঙৰ ঘটনা

পশ্চিম এছিয়াত ক্ৰমবৰ্ধমান অশান্তিৰ মাজতে ওমানৰ উপকূলত আন এখন জাহাজত আক্ৰমণ কৰা হৈছে। আক্ৰমণ কৰা জাহাজখন ভাৰতীয়। এইটো যোৱা চাৰিদিনত তৃতীয়টো বৃহৎ সামুদ্ৰিক আক্ৰমণ। আন্তঃৰাষ্ট্ৰীয় বা

11 Jun 2026 2:37 pm
মে’মাহত চাৰিবাৰকৈ ইন্ধনৰ মূল্যবৃদ্ধিৰ মাজতেই ২২ৰ পৰা ৩০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ’ল শুল্কমুক্ত কৰিলে কেন্দ্ৰই

মে’ মাহত মাত্ৰ দহ দিনৰ ভিতৰত চাৰিবাৰকৈ ইন্ধনৰ মূল্যবৃদ্ধি হোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰে ২২ৰ পৰা ৩০ শতাংশ পৰ্যন্ত ইথানল মিশ্ৰিত পেট্ৰ’লৰ ওপৰত আবকাৰী শুল্ক সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ কথা ঘো

11 Jun 2026 2:37 pm
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: গৃহিণীসকল দেশ নিৰ্মাতা, নিৰ্ধাৰণ কৰিলে সেৱাৰ ন্যূনতম মূল্য

ভাৰতৰ উচ্চতম ন্যায়ালয়ে মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ সম্পৰ্কীয় গোচৰত এক অতি গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। এই ৰায়ত ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে এগৰাকী গৃহিণীয়ে ঘৰৰ ভিতৰত আগবঢ়োৱা অৱদানক

11 Jun 2026 2:08 pm
জাগীৰোডত উপগ্ৰহ চহৰ প্ৰকল্পক লৈ উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীৰ উগ্ৰ ৰূপ

মৰিগাঁও জিলাৰ জাগীৰোডৰ সিন্ধিশৰ অঞ্চলত বুধবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এক প্ৰস্তাৱিত উপগ্ৰহ চহৰ প্ৰকল্পৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে। ইয়াৰ ফলত স

11 Jun 2026 1:41 pm
ছিক্স নোহোৱাকৈ ২০০ ষ্ট্ৰাইক ৰেটত বৈভৱ সূৰ্যবংশীৰ ৪৪ ৰাণ, হৰ্ষ ভোগলেই জনালে প্ৰশংসা কিন্তু ৰৈ গ’ল এক আক্ষেপ

আফগানিস্তান এ দলৰ বিৰুদ্ধে ডাম্বুলাৰ ৰাংগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত বৈভৱ সূৰ্যৱংশীয়ে মাত্ৰ ২২টা বলত ২০০ ষ্ট্ৰাইক ৰেটত ৪৪ ৰাণৰ এক সুন্দৰ ইনিংছ খেলে। আটাইতকৈ আচৰিত কথাটো হ

11 Jun 2026 1:12 pm
ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বিপদত কংগ্ৰেছ : মনোনয়ন বাতিলৰ পিছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল মীনাক্ষী নটৰাজন

ৰাজ্যসভা নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী মীনাক্ষী নটৰাজনৰ মনোনয়ন পত্ৰ বাতিল কৰা হৈছে। এই ঘটনাক লৈ কংগ্ৰেছৰ বহু নেতাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এতিয়া মীনাক্ষী নটৰাজনে নিজেই ন্যায় বিচ

11 Jun 2026 12:59 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশলৈ বুঢ়া আঙুলি! কাজিৰঙা-কাৰ্বি আংলং বন্যপ্ৰাণী কৰিডৰত চলিছে অবাধ লুণ্ঠন আৰু নিৰ্মাণকাৰ্য

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ দাঁতিকাষৰীয়া অঞ্চলত অব্যাহত থকা বেদখল, বৰ্ধিত জনবসতি আৰু ঔদ্যোগিক কাৰ্যকলাপে বন্যপ্ৰাণীৰ বিচৰণৰ ক্ষেত্ৰত তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। ক

11 Jun 2026 12:58 pm
স্বতন্ত্ৰ সাংবাদিকতাৰ ওপৰত আক্ৰমণ: নিউজক্লিকৰ বিৰুদ্ধে ইডিৰ গোচৰ সম্পূৰ্ণৰূপে খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

দিল্লী উচ্চ ন্যায়ালয়ে স্বতন্ত্ৰ ডিজিটেল সংবাদ মাধ্যম নিউজক্লিক আৰু ইয়াৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থৰ বিৰুদ্ধে বলবৎকাৰী সঞ্চালকালয় (ইডি) আৰু দিল্লী আৰক্ষীয়ে ৰুজু কৰা ধন সৰবৰাহৰ গ

11 Jun 2026 12:14 pm
প্ৰতিৰক্ষা খণ্ডত অভিলেখ! ভাৰতত নিৰ্মিত প্ৰথমখন চি-২৯৫ সামৰিক পৰিবহণ বিমানৰ সফল পৰীক্ষামূলক উৰণ

ভাৰতত থলুৱাভাৱে নিৰ্মিত প্ৰথমখন চি-২৯৫ সামৰিক পৰিবহণ বিমানে বুধবাৰে সফলতাৰে নিজৰ প্ৰথমটো পৰীক্ষামূলক উৰণ সম্পন্ন কৰিছে বুলি ভাৰতীয় বায়ুসেনাই আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। ভাৰতীয় প্

11 Jun 2026 11:14 am
তৃণমূলক পুনৰ এক মোক্ষম আঘাত! ৰাজ্যসভাৰ সাংসদ প্ৰকাশ চিক বৰাইকৰ পদত্যাগ

পুনত মমতা বেনাৰ্জীক এক মোক্ষম আঘাত। বৃহস্পতিবাৰে তৃণমূল কংগ্ৰেছৰ সাংসদ প্ৰকাশ চিক বৰাইকে ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰে। এক সপ্তাহৰ ভিতৰত এয়া হৈছে দলৰ পৰা তৃতীয়গৰাকী সাংসদৰ পদত্য

11 Jun 2026 11:09 am
দণ্ডাধীশৰ বিৰুদ্ধেই পক্ষপাতিত্বৰ অভিযোগ! দুটাকৈ গোচৰৰ শুনানি স্থগিত ৰাখিলে দিল্লী আদালতে

দিল্লীৰ এখন আদালতে যোৱা ৯ জুন তাৰিখে এগৰাকী ন্যায়িক দণ্ডাধীশৰ বিচাৰাধীন হৈ থকা দুটা অপৰাধমূলক গোচৰৰ শুনানি স্থগিত ৰাখে। গোচৰ দুটাৰ অভিযুক্তসকলে বিচাৰ প্ৰক্ৰিয়াত পক্ষপাতিত্ব আৰু পদ্ধত

11 Jun 2026 9:48 am
আৰ্জেণ্টিনা নহয়, ২০২৬ চনৰ ফিফা বিশ্বকাপ জিকিব এইখন দেশ! কি ক’লে মেচিন লাৰ্নিং প্ৰযুক্তিয়ে?

ফিফা বিশ্বকাপৰ পূৰ্বৰ সংস্কৰণসমূহত পল নামৰ বিখ্যাত অক্টোপাছটোৰ ভৱিষ্যতবাণীয়ে বিশেষ চৰ্চা লাভ কৰিছিল যদিও বৰ্তমানৰ কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্নিঙৰ যুগত বিশ্বকাপৰ বিজয়ীৰ পূৰ্ব

11 Jun 2026 8:05 am
মধুমেহ ৰোগ নিয়ন্ত্ৰণত মানসিক অৱসাদৰ প্ৰভাৱ: কেনেকৈ চিনাক্ত কৰিব মানসিক বিষাদ?

মধুমেহ ৰোগীৰ বাবে প্ৰতিটো দিনেই এক যুঁজৰ দৰে, য’ত নিয়মীয়া জীৱনশৈলী আৰু আহাৰ নিয়ন্ত্ৰণ কৰাটো অতি জৰুৰী। এই ৰোগৰ চিকিৎসা চলি থকাৰ মাজতে যদি কোনো ব্যক্তি মানসিক অৱসাদ বা গভীৰ বিষাদত ভোগে, ত

11 Jun 2026 6:45 am
আমেৰিকাত প্ৰৱেশৰ অনুমতি নোপোৱা চোমালিয়াৰ ফিফা ৰেফাৰীক স্বদেশত বীৰোচিত সম্বৰ্ধনাৰে আদৰণি

ফিফা বিশ্বকাপ ২০২৬ চনত অংশগ্ৰহণ কৰিবলৈ গৈ আমেৰিকাৰ পৰা প্ৰৱেশৰ অনুমতি নোপোৱা চোমালিয়াৰ তাৰকা ফুটবল ৰেফাৰী ওমৰ আব্দুলকাডিৰ আৰ্টান নিজ দেশলৈ ঘূৰি অহাৰ পিছত এক অভূতপূৰ্ব বীৰোচিত আদৰণি লাভ

10 Jun 2026 8:57 pm
আমেৰিকাত নিৰাপত্তাৰ চূড়ান্ত বিফলতা, মেছি আৰু আৰ্জেন্টিনা দলৰ গোপনীয় তথ্য ফাদিল

বিশ্বকাপ আৰম্ভ হোৱাৰ আগেয়েই আমেৰিকাত নিৰাপত্তাৰ ক্ষেত্ৰত এক ভয়ংকৰ বিফলতা পোহৰলৈ আহিছে। মঙলবাৰে আইলেণ্ডৰ বিৰুদ্ধে এখন প্ৰস্তুতি মেচত খেলি থকাৰ সময়তে তাৰকা ফুটবলাৰ লিঅ’নেল মেছি আৰু তে

10 Jun 2026 8:43 pm
বিশ্বকাপৰ ঠিক আগমুহূৰ্তত ফিফাৰ সভাপতি ইনফান্তিনোৰ বিৰুদ্ধে গোচৰ তৰিলে প্লাতিনিয়ে

বিশ্বকাপ আৰম্ভ হোৱাৰ ঠিক আগমুহূৰ্তত ফিফাৰ বৰ্তমানৰ সভাপতি জিয়ানি ইনফান্তিনোৰ বিৰুদ্ধে এক গুৰুতৰ পদক্ষেপ গ্ৰহণ কৰিলে উয়েফাৰ প্ৰাক্তন সভাপতি মিচেল প্লাতিনিয়ে। তেওঁ ইনফান্তিনোকে ধৰি

10 Jun 2026 8:08 pm
তৃণমূলত গভীৰ সংকট, মালা ৰয় আৰু ছায়োনী ঘোষৰ বিদ্ৰোহত কঁপিছে মমতাৰ দুৰ্গ

মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ ভিতৰচৰাত এতিয়া এক গভীৰ ৰাজনৈতিক সংকট ঘনীভূত হৈছে। যোৱা কেইদিনমানৰ পৰা দলৰ সাংসদসকলৰ মাজত হোৱা বিদ্ৰোহে চৰম পৰ্যায় লৈছে। মাত্ৰ কেইদিনমান পূৰ

10 Jun 2026 7:46 pm
গুৱাহাটীত এনচিচিৰ শ্বুটিং প্ৰশিক্ষণ শিবিৰ পৰিদৰ্শন কৰি কেডেটসকলক উৎসাহ এনচিচি এনইআৰ-ৰ এডিজি মেজৰ জেনেৰেল অনুৰাগ বিজৰ

গুৱাহাটীৰ কাহিলীপাৰাস্থিত গুলীচালনা অনুশীলন ক্ষেত্ৰত চলি থকা এনচিচিৰ বিশেষ প্ৰশিক্ষণ শিবিৰত মঙলবাৰে উপস্থিত হৈ কেডেটসকলক উৎসাহ যোগায় এনচিচি উত্তৰ-পূব আঞ্চলিক সঞ্চালকালয়ৰ অতিৰিক্ত ম

10 Jun 2026 7:34 pm
নিসংগতাৰ প্ৰভাৱ! সম্পৰ্ক আৰু ব্যক্তিগত ইচ্ছা পূৰণৰ নতুন কেন্দ্ৰত পৰিণত গোপন ডেটিং এপ

নিসংগতা, দাম্পত্য জীৱনৰ মনোমালিন্য বা নতুন সংগীৰ সন্ধান—এইবোৰ কাৰণতে বৰ্তমান বহু মানুহ গোপনভাৱে নতুন সম্পৰ্ক গঢ়ি তোলাৰ সুযোগ দিয়া বিভিন্ন ডিজিটেল মঞ্চৰ প্ৰতি আকৰ্ষিত হৈছে। বিবাহিত হও

10 Jun 2026 6:50 pm
অভিজিৎ দীপকেৰ পুনৰ হুংকাৰ, ২০ জুনত দিল্লীত বৃহৎ গণআন্দোলনৰ ঘোষণা

পৰীক্ষাৰ অনিয়ম আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎক লৈ চলি থকা আন্দোলনক অধিক জোৰদাৰ কৰাৰ ঘোষণা কৰিছে ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেই। মঙলবাৰে অনুষ্ঠিত এখন সংবাদমেলত তেওঁ জনায় যে কে

10 Jun 2026 6:28 pm
কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ একত্ৰীকৰণৰ খবৰক উৰা বাতৰি বুলি নস্যাৎ মমতা বেনাৰ্জীৰ দলৰ

নতুন দিল্লীত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ দলৰ মাজত একত্ৰীকৰণ হ’ব বুলি চলি থকা চৰ্চাক সম্পূৰ্ণৰূপে নাকচ কৰিছে তৃণমূল কংগ্ৰেছে। বিৰোধী মিত্ৰজোঁটৰ বৈঠকৰ পিছত মমতা বেনাৰ্জী আৰু ছোনিয়া গান্ধ

10 Jun 2026 4:52 pm
The Pokies Dynamic Aussie Secrets Safe Play 2026

Table of Contents Online Casino Bonus Mobile Casino Guide Superior Customer Support Play $1 Casino Online Discovering a myriad of casinos online which allow you to keep what you win offers an exciting twist to the gaming landscape. Thepokies Net is a leader in the online casino industry, with a wide range of games to […] The post The Pokies Dynamic Aussie Secrets Safe Play 2026 appeared first on NORTHEAST NOW (Assamese) .

10 Jun 2026 4:50 pm
উচ্চ ন্যায়ালয়ৰ নতুন নিৰ্দেশ : বনাঞ্চলত পুনৰ চলিব উচ্ছেদ অভিযান

নগাঁও জিলাৰ ডবকা অঞ্চলত পুনৰ এক নতুন উচ্ছেদ অভিযান চলোৱাৰ সম্ভাৱনাই দেখা দিছে। শেহতীয়াকৈ উচ্চ ন্যায়ালয়ে দিয়া এক নিৰ্দেশৰ পিছতে যমুনামৌদাঙা সংৰক্ষিত বনাঞ্চলত এই উচ্ছেদৰ খবৰ বিয়পি প

10 Jun 2026 3:48 pm
ধ্বংসৰ গৰাহত ‘পূবৰ আমাজন’! দিহিং পাটকাইত অইলক খননৰ অনুমতি

তিনিচুকীয়া জিলাৰ আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ ভিতৰত হাইড্ৰ’কাৰ্বন অন্বেষণৰ বাবে শেহতীয়াকৈ অইল ইণ্ডিয়া লিমিটেডক (অইল) প্ৰদান কৰা অনুমতিৰ তীব্ৰ বিৰোধিতা কৰিছে ৰাজ্যৰ পৰিৱেশবিদসকলে। দ

10 Jun 2026 3:32 pm
গেৰুৱা ধুমুহাত নিঃচিহ্ন কংগ্ৰেছ, স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে গুজৰাটৰ পৰা ৰাজ্যসভাত শূন্য হ’ব দলটো

গুজৰাটৰ ৰাজনীতিত এক ঐতিহাসিক পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গুজৰাটৰ পৰা সংসদৰ উচ্চ সদন অৰ্থাৎ ৰাজ্যসভাত কংগ্ৰেছৰ কোনো প্ৰতিনিধি নোহোৱা হ’বলৈ গৈ আছে। আ

10 Jun 2026 3:21 pm
বেদখলমুক্ত কৰা বনভূমিত আন কোনো প্ৰকল্প নিৰ্মাণ কৰিব নোৱাৰিব : গুৱাহাটী উচ্চ ন্যায়ালয়

গুৱাহাটী উচ্চ ন্যায়ালয়ে এক অতি গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰিছে। ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে বেদখলকাৰীৰ পৰা মুক্ত কৰা বনভূমি আন কোনো কামত ব্যৱহাৰ কৰিব পৰা নাযাব। ইয়াৰ পৰিৱৰ্তে, পৰ

10 Jun 2026 3:15 pm
পশ্চিমবংগত নতুন চৰকাৰৰ দপ্তৰ বিতৰণ সম্পূৰ্ণ : জানক কোন মন্ত্ৰীয়ে পালে কি দায়িত্ব

পশ্চিমবংগৰ প্ৰথমখন বিজেপি চৰকাৰৰ নতুন ৩৫ জন মন্ত্ৰীয়ে কোনটো দপ্তৰৰ দায়িত্ব লাভ কৰিব তাক লৈ চলি থকা জল্পনা-কল্পনাৰ অৱসান ঘটিল। বুধবাৰে এই মন্ত্ৰীসকলৰ দপ্তৰ বিতৰণৰ সম্পূৰ্ণ তালিকা প্ৰকা

10 Jun 2026 2:19 pm
তৃণমূল কংগ্ৰেছৰ আভ্যন্তৰীণ সংকট: এজনৰ পিছত এজন সাংসদৰ পদত্যাগ

তৃণমূল কংগ্ৰেছৰ আভ্যন্তৰীণ সংকট ক্ৰমাগতভাৱে গভীৰ হৈ পৰিছে। এজনৰ পিছত এজন সাংসদে দলৰ পৰা পদত্যাগ কৰিছে। ১০ জুনত দলৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱেও উচ্চ সদনৰ পৰা পদত্যাগ কৰে। দলটোৰ বৰ্ধিত

10 Jun 2026 1:06 pm
১৭ বছৰ ধৰি ভুৱা লাইচেন্সেৰে চলাই আছিল বিমান : অৱশেষত গ্ৰেপ্তাত প্ৰাক্তন পাইলট

দীৰ্ঘ ১৭ বছৰ ধৰি ভুৱা লাইচেন্স ব্যৱহাৰ কৰি বিমান চলোৱাৰ অভিযোগত কানাডাৰ বিমান সংস্থা ‘এয়াৰ কানাডা’ৰ এজন প্ৰাক্তন পাইলটক গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাত এখন ফৌজদাৰী গোচৰ ৰুজু কৰাৰ পাছত যোৱা

10 Jun 2026 12:04 pm
পেট্ৰ’ল-ছিলিণ্ডাৰৰ পাছত এইবাৰ উৰাজাহাজৰ টিকটৰ দাম বৃদ্ধিৰ আশংকা! বিমানৰ ইন্ধনৰ মূল্য ১০ শতাংশ বৃদ্ধি

দেশৰ ঘৰুৱা বিমান পৰিবহণ খণ্ডক সকাহ দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ হ্ৰাস কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এক নতুন ‘মূল্য স্থিৰকৰণ আঁচনি’ মুকলি কৰিছে। একে সময়তে চৰ

10 Jun 2026 11:57 am
কৰ্ণাটক কংগ্ৰেছত আকৌ বিদ্ৰোহ! মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ বিৰুদ্ধে অভিযোগ লৈ দিল্লী পালেগৈ দুই নেতা

নতুন মন্ত্ৰীসভা গঠন কৰাৰ পাছতো কৰ্ণাটক কংগ্ৰেছত শান্তি ঘূৰি অহা নাই। ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰেও এই বিদ্ৰোহ চম্ভালিবলৈ গৈ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এইবাৰ মন্ত্ৰীত্ব

10 Jun 2026 11:55 am
দৰিদ্ৰতা আৰু অসমতাৰ গৱেষণাৰ বাবে জঁ ড্ৰেজলৈ আন্তৰ্জাতিক পৰ্যায়ৰ বঁটা : সংগ্ৰামী সতীৰ্থলৈ উচৰ্গা কৰিলে সন্মান

পেৰিছ স্কুল অৱ ইকনমিক্সত আয়োজিত ৱৰ্ল্ড ইনইকুৱেলিটি কনফাৰেন্সত এই বছৰ ভাৰতৰ সমাজকর্মী আৰু গৱেষকসকলৰ বাবে এক গৌৰৱৰ মুহূৰ্তৰ সৃষ্টি হৈছে। ভাৰতৰ দৰিদ্ৰতা আৰু সামাজিক বৈষম্যৰ ওপৰত দীৰ্ঘ দশ

10 Jun 2026 11:26 am
পলিঅ’মুক্ত ভাৰতলৈ পুনৰ ভাবুকি! পলিঅ’ভাইৰাছৰ উপস্থিতি পোৱা গৈছে গাজিয়াবাদৰ নলাৰ পানীত

উত্তৰ প্ৰদেশৰ গাজিয়াবাদস্থিত দুন্দাহেৰা জল শোধন প্ৰকল্পৰ নলাৰ পানীৰ নমুনাত ‘ভেকচিন ডিৰাইভড পলিঅ’ ভাইৰাছ’ (ভি ডি পি ভি) টাইপ-১ ধৰা পৰাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ভ

10 Jun 2026 11:13 am
১৬০ কোটিৰ পৰা ২.৬ লাখ কোটিলৈ বৃদ্ধি! স্মাৰ্টফোন ৰপ্তানিৰ ক্ষেত্ৰত ইতিহাস গঢ়িলে ভাৰতে

ভাৰতৰ পৰা ৰপ্তানি হোৱা সামগ্ৰীৰ তালিকাত এতিয়া একেবাৰে প্ৰথম শাৰীত আছে স্মাৰ্টফোন। বৰ্তমান সমগ্ৰ বিশ্বৰ বজাৰত ভাৰতত নিৰ্মিত স্মাৰ্টফোন দেখিবলৈ পোৱা গৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ভাৰত

10 Jun 2026 10:45 am
পেট্ৰ’লতকৈ ২০ টকা সস্তা! বজাৰলৈ আহিল পৰিৱেশ-অনুকূল ‘ই-৮৫’, আপোনাৰ গাড়ীত চলিবনে এই নতুন ইন্ধন?

বিশ্ব বজাৰত খাৰুৱা তেলৰ ক্ৰমৱৰ্ধমান মূল্যবৃদ্ধি আৰু গোলকীয় অস্থিৰতাৰ সময়তে দেশবাসীলৈ সকাহ দি কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। শুকুৰবাৰে, ৫ জুন তাৰিখে কেন্দ্ৰীয

10 Jun 2026 8:27 am
জন্ম নিৰোধক যন্ত্ৰলৈ ৰূপান্তৰিত হৈছে আই ফোন! ২০০৭ চনৰ পৰাই কমিছে জন্মৰ হাৰ

সাধাৰণতে দেখা যায় যে কোনো এখন দেশ বা সমাজৰ জীৱনধাৰা যিমানেই উন্নত হয়, তাত সিমানেই জন্মহাৰ কমি আহে। এয়া এক স্বাভাৱিক সামাজিক নিয়ম। কিন্তু বিগত দুটা দশকত সমগ্ৰ বিশ্বতে এক আচৰিত ঘটনা ঘটিব

10 Jun 2026 6:40 am