SENSEX
NIFTY
GOLD
USD/INR

Weather

26    C
ৰঙিয়া বালিসত্ৰৰ যুৱক মুন কুমাৰ সন্ধানহীন 

কামৰূপ জিলাৰ ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিসত্ৰ নিৱাসী বংশী কুমাৰৰ পুত্ৰ মুন কুমাৰ ৭ জুনৰ পৰা সন্ধানহীন হৈ আছে। ইতিমধ্যে এই সন্দৰ্ভত কঞা থানাত অৱগত কৰা হৈছে। প্ৰাপ্য খৱৰ অনুসৰি মু

11 Jun 2026 5:25 pm
দিছপুৰত বিত্ত বিভাগৰ পৰ্যালোচনা বৈঠক জয়ন্ত মল্ল বৰুৱাৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি জনতা ভৱনত অনুষ্ঠিত বিত্ত বিভাগৰ এক পৰিচয়মূলক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। বৈঠকত বিভাগটোৰ জ্যেষ্ঠ বিষয়াসকলে মন্ত্ৰীগৰাকীক বিভাগৰ মুখ্য কাৰ্যকল

11 Jun 2026 5:11 pm
কানাডাত চুটি ছবি ‘চিনেমেটিক লাভ’ৰ সাফল্য

কানাডা স্ক্ৰীন এৱাৰ্ডছত অসমীয়া চুটি ছবি “চিনেমেটিক লাভ”ৰ সাফল্য। কানাডাৰ চলচ্চিত্ৰ আৰু টেলিভিছনৰ সৈতে জড়িত ভাৰতীয় সমাজে আয়োজন কৰা এই প্ৰতিযোগিতাৰ আন্তৰ্জাতিক চুটি ছবি শাখাত তৰুণ চলচ্চি

11 Jun 2026 4:56 pm
ঢকুৱাখনাত ভয়ংকৰ ৰূপত বৃদ্ধি প্ৰকৃতিৰ অজান শত্ৰু হিচাপে চিহ্নিত পাৰ্থেনিয়াম

বিষাক্ত সৌন্দৰ্যই ছানি ধৰিছে অসম। ৰাজ্যৰ ভিন্ন প্ৰান্তত পার্থেনিয়াম নামৰ এজোপা বিদেশী অপতৃণই ত্ৰাসৰ সৃষ্টি কৰিছে। ৰাজ্যৰ পথ-পথাৰত ৰঘুমলাৰ দৰে বিয়পি পৰিছে বিষাক্ত অপতৃণ পাৰ্থেনিয়াম। ভয়

11 Jun 2026 4:04 pm
ধুবুৰী সুৰক্ষিত হ’লেহে অসম সুৰক্ষিত : মন্ত্ৰী অশোক সিংহল

“সুৰক্ষিত অসমৰ বাবে সুৰক্ষিত ধুবুৰীৰ প্ৰয়োজন আছে।” আজি ধুবুৰীত এই মন্তব্য কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ধুবুৰী জিলাৰ নবনিযুক্ত অভিভাবক মন্ত্ৰী অশোক সিংহলে। আজি বৃহস্পতিবাৰে ধুবুৰ

11 Jun 2026 3:23 pm
লাটমণ্ডল সুৰজিৎ ডেকাৰ ঘৰত অভিযান CM ভিজিলেঞ্চৰ

বৰপেটাত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অভিযান ৷ পূৰ্বৰ বাঘবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাটমণ্ডল সুৰজিৎ ডেকাৰ ঘৰত অভিযান ৷ বৰপেটা দঙৰকুছিস্থিত সুৰজিৎ ডেকাৰ ঘৰত অভিযান মুখ্যমন্ত্ৰীৰ

11 Jun 2026 3:19 pm
অসমৰ ছয় শিল্পীলৈ ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ

অসমৰ সাংস্কৃতিক জগতলৈ পুনৰ আহিছে গৌৰৱৰ খবৰ। সংগীত নাটক একাডেমীৰ ২০২৪ আৰু ২০২৫ বৰ্ষৰ ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ অসমৰ মুঠ ছয়গৰাকী প্ৰতিভাৱান শিল্পীক প্ৰদান কৰা হৈছে। ২০২৪ বৰ্ষৰ পু

11 Jun 2026 1:33 pm
অসমৰ পাঁচ বিশিষ্ট শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা

অসমৰ সাংস্কৃতিক জগতলৈ আহিছে এক গৌৰৱময় খবৰ। দেশৰ সৰ্বোচ্চ সাংস্কৃতিক প্ৰতিষ্ঠান সংগীত নাটক একাডেমীৰ ২০২৪ আৰু ২০২৫ বৰ্ষৰ বঁটাৰ বাবে অসমৰ মুঠ পাঁচগৰাকী বিশিষ্ট শিল্পী নিৰ্বাচিত হৈছে। সংগী

11 Jun 2026 1:14 pm
কনচার্ট ইক’নমি : ৫ বছৰত অসমত হ’ব ৭০০ কোটিৰ কনচার্ট অর্থনীতি

ভাৰতৰ কনচার্ট ইক’নমিৰ নতুন অভিকেন্দ্র হিচাপে পৰিচিত হোৱাৰ দিশে আগবাঢ়িছে অসম৷ গুৱাহাটীৰ খানাপাৰাত প’ষ্ট মেলনৰ অনুষ্ঠানৰ পিছত ৰাজ্যৰ পর্যটন খণ্ডৰ লগতে বিভিন্ন খণ্ডত ইতিবাচক প্রভাৱ পৰিছে

11 Jun 2026 11:27 am
দুভৰিৰ যাদুত কঁপিব বিশ্ব…আজিৰে পৰা বিশ্বকাপ ফুটবল

মাজতে মাত্র কেইটামান ঘণ্টা বাকী৷ এটা ট্রফীৰ বাবে যুঁজিবলৈ সাজু হৈছে ৪৮খনকৈ দেশে৷ দুভৰিৰ যাদুত কঁপিব বিশ্ব ফুটবল৷ সমগ্র বিশ্বক ফুটবলৰ যাদুৰে সন্মোহিত কৰিবলৈ পুনৰ সাজু হৈছে ফিফা বিশ্বকাপ৷

11 Jun 2026 11:01 am
সম্পাদকীয় : আই–পিতাইৰ চৰণত স্বর্গ…

জন্মৰ পিছৰ প্রথম খোজটো সবলভাৱে দিবলৈ শিকোৱা মানুহ দুজনেই আই–পিতাই৷ তেওঁলোকৰ আঙুলিত ধৰিয়েই খোজ কাঢ়িবলৈ শিকে সন্তানে৷ লাহে লাহে খোজবোৰ সবল হয়, আত্মবিশ্বাস বাঢ়ে৷ আত্মবিশ্বাসী সন্তানক দেখি

11 Jun 2026 10:40 am
বস্ত্ৰনগৰী শুৱালকুছিৰ পৰা দুগৰাকীকৈ ছোৱালী অপহৰণৰ ঘটনা

বস্ত্ৰনগৰী শুৱালকুছিৰ পৰা দুগৰাকীকৈ ছোৱালী অপহৰণ কৰি নিয়া ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰহস্যজনক অপৰাধৰ ঘটনাৰ সৈতে শুৱালকুছিৰে কৈৱৰ্ত পাৰাৰ এগৰাকী মহিলা জড়িত থকাৰ অভিযোগ উত

10 Jun 2026 4:45 pm
বৰপেটাৰোডত খাদ্য সুৰক্ষাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ জিলা প্ৰশাসনৰ

বৰপেটাৰোডত খাদ্য সুৰক্ষাক লৈ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। বিষাক্ত ৰাসায়নিক ৰং মিহলাই পাচলি বিক্ৰীৰ অভিযোগত অসাধু ব্যৱসায়ী হাইদৰ আলীৰ গুদাম ছীল কৰি দিয়ে প্ৰশাসন

10 Jun 2026 4:03 pm
বিশেষ লেখা : জনসাধাৰণৰ বিশ্বাসে গঢ়িছে এক ঐতিহাসিক মাইলৰ খুঁটি

নীতিশ কুমাৰ ভাৰতৰ দৰে এখন বিশাল আৰু প্ৰতিযোগিতাপূৰ্ণ গণতন্ত্ৰত জনসাধাৰণৰ বিশ্বাস অৰ্জন কৰাটো অতি কঠিন আৰু ইয়াক ধৰি ৰখাটো তাতকৈও অধিক জটিল। তথাপিও, নিৰন্তৰ ৰাজনৈতিক প্ৰত্যাহ্বান আৰু তীব

10 Jun 2026 2:34 pm
বিশেষ লেখা : দিল্লীক অসমৰ কাষ চপাই অনা প্রধানমন্ত্রীগৰাকী

ড০ হিমন্ত বিশ্ব শর্মা অসমৰ এটা প্রজন্মই দীর্ঘদিন ধৰি এক নীৰৱ অথচ অবিৰত বিচ্ছিন্নতাবোধৰ মাজত ডাঙৰ–দীঘল হৈছিল৷ সেই সময়ৰ ৰাজনীতি আৰু অভিজ্ঞতাই তেওঁলোকক বিশ্বাস কৰিবলৈ বাধ্য কৰাইছিল যে দিল্

10 Jun 2026 1:57 pm
নগাঁও জিলাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰীয় মহিলা ৰেফাৰী হিচাপে স্বীকৃত নীলাক্ষি শইকীয়া

অসম বক্সিং সন্থাৰ উদ্যোগত আৰু ভাৰতীয় বক্সিং ফেডাৰেচনৰ তত্বাৱধানত অসমত প্ৰথম বাৰৰ বাবে আয়োজন কৰা প্ৰফেছনেল বক্সিং লীগ কাজিৰঙা ৰাইন কাপ শেহতীয়াকৈ গোলাঘাট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। অ

10 Jun 2026 12:50 pm
ৰাজ্যসভাৰ পৰা পদত্যাগ, TMC ত্যাগ সুস্মিতা দেবৰ

পশ্চিম বংগত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আন এক ডাঙৰ আঘাতৰ সন্মুখীন হৈছে। কংগ্ৰেছৰ পৰা তৃণমূল কংগ্ৰেছ (TMC)-ত যোগদান কৰা সুস্মিতা দেবে ৰাজ্যসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰিছে। তেওঁ টিএমচিও ত্

10 Jun 2026 12:32 pm
ধুবুৰীৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ দুৰৱস্থা

ধুবুৰী চহৰৰ হৃদয়স্থলত অৱস্থিত ‘ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰ’ কেৱল এটা খেলপথাৰ নহয়, ই বৃহত্তম ধুবুৰী অঞ্চলৰ ইতিহাস, সংস্কৃতি আৰু জনজীৱনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এক ঐতিহ্যৰ প্ৰতীক। গৌ

10 Jun 2026 11:52 am
বাক্সাৰ বাটাচাৰাত ভয়াৱহ পথ দুৰ্ঘটনা

বাক্সাৰ বাটাচাৰাত নিশা শোকাৱহ পথ দুৰ্ঘটনা তীব্ৰবেগী বাইকৰ খুন্দাত পথচাৰী নিহত ঘটনাস্থলীতে মৃত্যু ৬৫ বছৰীয়া থেপ্ৰা বড়ো নামৰ লোকজনৰ বজাৰ কৰি ঘৰলৈ উভতি যোৱাৰ সময়তে বৰমা-বৰবৰী সংযোগী পথত তী

10 Jun 2026 11:31 am
ইউৰোপৰ ৯০ বিলিয়ন ডলাৰৰ বজাৰত অসমৰ প্রৱেশ

অসমৰ প্রাকৃতিক–পৰম্পৰাগ্ সম্পদক উন্নত প্রযুক্তিৰে ইউৰোপৰ বজাৰলৈ নিয়াৰ লক্ষ্যৰে গুৱাহাটীত হ’ল ব্লু ভেলী ক্লাষ্টাৰৰ শুভাৰম্ভণি৷ অসম চৰকাৰ আৰু ইউৰোপীয় সংঘৰ অংশীদাৰিত্বত ৰাজ্যত উদ্যোগ আৰ

10 Jun 2026 11:09 am
দেশৰ সর্বাধিক সময় প্রধানমন্ত্রীৰ আসনত…স্বর্ণিল ইতিহাস মোদীৰ

ৰাজনীতি কেৱল ক্ষমতাৰ অংক নহয়৷ ৰাজনীতি হ’ল আস্থা আৰু ইতিহাস নির্মাণৰ এক নিৰৱচ্ছিন্ন মহাযাত্রা৷ ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ সোণালী পৃষ্ঠাত নিজৰ নাম স্বর্ণিল আখৰেৰে লিপিবদ্ধ কৰি প্রধানমন্ত্রী

10 Jun 2026 11:01 am
সম্পাদকীয় : অসমক গঢ়াৰ সময়

গণতন্ত্রত প্রতিটো নির্বাচন অকল এটা ৰাজনৈতিক প্রক্রিয়া নহয়, ই এটা নতুন সম্ভাৱনাৰ দুৱাৰ৷ যোৱা নির্বাচনত অসমৰ জনসাধাৰণে নিজৰ পছন্দৰ চৰকাৰ এখন গঠনৰ দায়িত্ব সম্পূর্ণ কৰিছে৷ এখন নতুন চৰকাৰে ৰা

10 Jun 2026 10:34 am
ভাৰতীয়সহ ১৭ লোকৰ নাগৰিকত্ব বাতিলৰ প্ৰক্ৰিয়া আৰম্ভ আমেৰিকাৰ

আমেৰিকাই সোমবাৰে (৮ জুন, ২০২৬) ঘোষণা কৰিছে যে গুৰুতৰ অপৰাধৰ অভিযোগত অভিযুক্ত এজন ভাৰতীয় প্ৰব্ৰজনকাৰীসহ মুঠ ১৭জন লোকৰ নাগৰিকত্ব বাতিল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। আমেৰিকাৰ ন্যায় বিভা

9 Jun 2026 5:15 pm
মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সন্মান ৰাষ্ট্ৰপতিৰ

অসম সন্তান, দক্ষিণ কামৰূপৰ ৰামপুৰৰ বাসিন্দা তথা ভাৰতীয় সেনাত মেজৰ হিচাপে কৰ্মৰত ভাৰ্গৱ কলিতাই জম্মু আৰু কাশ্মীৰত সন্ত্রাসবাদৰ বিৰুদ্ধে চলোৱা অভিযানত দুর্দান্ত সাহসিকতা প্ৰদৰ্শন কৰা বা

9 Jun 2026 4:58 pm
২০২৫-২৬ বিত্তীয় বৰ্ষত মুঠ ব্যৱসায় ১১% বৃদ্ধি বন্ধন বেংকৰ

বন্ধন বেংকে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ফলাফল ঘোষণা কৰিছে। এই সময়ছোৱাত বেংকৰ মুঠ ব্যৱসায় ১১%তকৈ অধিক বৃদ্ধি পাই ৩.২ লাখ কোটিতকৈ অধিক হৈছে। বৰ্তমান বেংকৰ মুঠ আমানতৰ ভিতৰত প্ৰায় ৭৪% হৈছে ৰিটেইল আ

9 Jun 2026 4:51 pm
বৰপেটা সত্ৰত সেৱা জনাই বৰপেটাৰ উন্নয়নৰ সংকল্প মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ

অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পিছতেই বৰপেটা জিলাত উপস্থিত হয় মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ। জিলাখনলৈ প্ৰথম চৰকাৰী ভ্ৰমণত আহি তেওঁ সৰ্বপ্ৰথমে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ দৰ্শন কৰে। মাধৱদ

9 Jun 2026 4:00 pm
তেজপুৰৰ জনপ্ৰিয় দিব্যাংগ কণ্ঠশিল্পী স্বৰ্ণালী দেৱীৰ অকাল বিয়োগ

তেজপুৰৰ এগৰাকী জনপ্ৰিয় দিব্যাংগ কন্ঠশিল্পী স্বৰ্ণালী দেৱীৰ দীঘলীয়া অসুস্থতাৰ পাছত অকাল বিয়োগ ঘটে৷ উল্লেখযোগ্য যে শাৰীৰিক বাধাগ্ৰস্ততাৰ মাজতো প্ৰবল মানসিক শক্তিৰে জীৱন সংগ্ৰামত প্ৰতি

9 Jun 2026 3:19 pm
দায়িত্ব লৈয়ে হোজাইত অভিভাৱক মন্ত্ৰী পীয়ূষ হাজৰিকা; বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা

ডিজিটেল ডেস্ক, ৯ জুন : হোজাই জিলাৰ নতুন অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে আজি হোজাই জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হয় মন্ত্ৰী পীয়ূষ হাজৰিকা। কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়

9 Jun 2026 3:00 pm
নিশা ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনাত দুই উদীয়মান যুৱক থিতাতে নিহত

ডিজিটেল ডেস্ক, ৯ জুন : নিশা ডিগবৈত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাটোত দুই উদীয়মান যুৱকৰ থিতাতে মৃত্যু হয়। নিশা প্ৰায় ১১.৩০ বজাত তিনিচুকীয়াৰ পৰা ডিগবৈ অভিমুখী AS-22 B-1390 নম্বৰৰ ৱাগন

9 Jun 2026 1:28 pm
হোজাইৰ বিন্নাকান্দিত ভূমি বিবাদক কেন্দ্ৰ কৰি জঘন্য ঘটনা, এজন নিহত

ডিজিটেল ডেস্ক, ৯ জুন : হোজাইৰ যমুনামুখৰ বিন্নাকান্দিত আজি পুৱা সংঘটিত হয় এক জঘন্য ঘটনা। ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত দা, লাঠী লৈ প্ৰচণ্ড মাৰপিট লাগে। এই মাৰপিটৰ ফলত থিতাতে এজন নিহত হ

9 Jun 2026 11:40 am
মেচ খেলাৰ ২৪ ঘণ্টাৰ ভিতৰত আমেৰিকা এৰিব লাগিব ইৰানে

ডিজিটেল ডেস্ক, ৯ জুন : আসন্ন ফিফা বিশ্বকাপক কেন্দ্র কৰি ভিছা আৰু ভ্রমণৰ বাধাক লৈ আমেৰিকা আৰু ইৰানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে৷ অভিযোগ উত্থাপন হৈছে যে ইৰানৰ দলটোৱে মেচ খেলিবৰ বাবে আমেৰিকালৈ

9 Jun 2026 11:06 am
দুৰ্বৃত্তৰ আক্ৰমণত নিহত আৰক্ষী বিষয়া গিৰীন্দ্ৰ নাথ ডেকাৰ সোঁৱৰণী গ্ৰন্থ উন্মোচন 

গুৱাহাটীৰ ভেটাপাৰাত যোৱা ১৫ মে’ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈ চিকিৎসাধীন অৱস্থাত ২৪ মে’ৰ দিনা মৃত্যুক আকোঁৱালি লোৱা অসম আৰক্ষীৰ সদ্য অৱসৰী আৰক্ষী উপ-অধীক্ষক, অসম আন্দোলনৰ অগ্ৰণী কৰ্মী, টিহু

9 Jun 2026 10:59 am
আজি লণ্ডনলৈ শ্ৰীশ্ৰীআউনীআটীয় সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী

আজি লণ্ডন অভিমুখে ৰাওনা হ’ব শ্ৰীশ্ৰীআউনীআটীয় সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক, কবি সাহিত্যিক ড০ পীতাম্বৰ দেৱ গোস্বামী। ব্ৰিটিছ সাংসদত সত্ৰীয়া সংস্কৃতিৰ ওপৰত ভাষণ প্ৰ

9 Jun 2026 10:50 am
ডিগবৈত পথ দুৰ্ঘটনাত দুই উদীয়মান যুৱকৰ থিতাতে মৃত্যু

নিশা ডিগবৈত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাটোত দুই উদীয়মান যুৱকৰ থিতাতে মৃত্যু হয়।নিশা প্ৰায় ১১-৩০ বজাত তিনিচুকীয়াৰ পৰা ডিগবৈ অভিমুখী AS 22 B 1390 নম্বৰৰ ৱাগনাৰ বাহনখন ৩৮নং ৰাষ্ট্

9 Jun 2026 10:33 am
সম্পাদকীয় : অৰুণোদয়ৰ সফলতা

অসমৰ ৪০ লাখ মহিলাক মাহিলি ১,২৫০ টকাকৈ সাহায্য প্রদান কৰা অৰুণোদয় আঁচনিখন এতিয়া নাৰী সবলীকৰণৰ অমল উৎসত পৰিণত হৈছে৷ ৰাজ্যখনৰ আর্থিক অনাটনত ভোগা পৰিয়াল আৰু নাৰী সবলীকৰণৰ লক্ষ্যৰে ২০১৯ চনতে আ

9 Jun 2026 10:27 am
৫ শিশুসহ ১২ ৰোগী GMCH-ত চিকিৎসাধীন

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ৷ ৰাজ্যখনৰ মৰিগাঁও, ডিমা হাছাও, গোলাঘাট, কার্বি আংলং আদি জিলাত ভয়াৱহ ৰূপত এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ জিলাকেইখনত এনকেফেলাইটিছ ৰ

9 Jun 2026 10:22 am
৯ জুন : আজিৰ দিনটোৰ ৰাশিফল

আজি ৯ জুন, জেঠ মাহৰ ২৫ তাৰিখ মঙলবাৰ : তিথি–কৃষ্ণা নৱমী, নক্ষত্র : মূল্য, যাত্রা : মধ্যম মেষ : কর্ম আৰু ইচ্ছাশক্তি বৃদ্ধি পাব৷ ভ্রমণত শুভ৷ নিবনুৱাই কর্মসংস্থাপন পোৱাৰ সম্ভাৱনা আছে৷ দাম্পত্যত শু

9 Jun 2026 9:57 am