মঙলদৈত হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ…

ডিজিটেল সংবাদ,‌ মঙলদৈ : মানৱতাবাদী সংগঠন কৰুণাধাৰাৰ প্ৰতিষ্ঠাপক, বিশিষ্ট সাহিত্যিক, সাংবাদিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিৰ মৃত্যুত কৰুণাধাৰা দৰং জিলা সহায়ক

12 May 2021 4:58 pm
ৰাজ্যিক মৰ্যদাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ল মহান সাহিত্যিক হোমেন বৰগোহাঞিৰ…

ডিজিটেল ডেস্ক : নৱগ্ৰহ শ্মশানত পঞ্চভূতত বিলীন হয় অসমীয়া সাহিত্যৰ মহীৰূহ হোমেন বৰগোহাঞি । বুধবাৰে ৰাতিপুৱা ৬.৫৮ বজাত জিএনআৰচিত মৃত্যু হয় বিশিষ্ট সাহিত্যিক গৰাকীৰ ।ৰাজ্যিক মৰ্যদাৰে কথাশিল

12 May 2021 4:46 pm
নতুন নিৰ্দেশনাঃ ১৫দিনৰ বাবে সকলো অফিচ বন্ধ, ১বজাত দোকান বন্ধ, ২বজাৰ পৰা সান্ধ্য আইন…

কোৰোনাকেন্দ্ৰিক পৰিস্থিতিক লৈ ৰাজ্যত নতুন নিৰ্দেশনা। দিনৰ ১বজাৰ লগে লগে সকলো দোকান-পোহাৰ বন্ধ কৰাৰ নিৰ্দেশ। পূৰ্বে এই সময় আছিল দিনৰ ২বজা। ৰাজ্যৰ সকলো সাপ্তাহিক বজাৰ ১৫দিনলৈ বন্ধ ৰখাৰ নিৰ

12 May 2021 11:15 am
হোমেন বৰগোহাঁঞিৰ কোভিড ৰিজাল্ট নিগেটিভ

হোমেন বৰগোহাঁঞিৰ কোভিড ৰিজাল্ট নিগেটিভ। RTPCR ফলাফল নিগেটিভ আহিছে তেওঁৰ। কোভিডৰ সময়ত তেওঁক প্ৰদান কৰা বিভিন্ন ভেকচিনে পাশ্বক্ৰিয়া কৰাৰ কথা কলে চিকিতসকে। উল্লেখ্য যে, প্ৰয়াত হোমেন বৰগোহাঞি

12 May 2021 9:44 am
কোভিডৰ পৰীক্ষা নিগেটিভ হ’লে ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব হোমেন বৰগোহাঁঞিৰ…

১১বজাৰ পিছত আহিব প্ৰয়াত হোমেন বৰগোহাঁঞিৰ কোভিড ৰিজাল্ট। কোভিডৰ পৰীক্ষা নিগেটিভ হ’লে ৰাষ্ট্ৰীয় মৰ্যদাৰে কৰা হব শেষকৃত্য। নৱগ্ৰহ শশ্মানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হব। ইফালে GNRCৰ চৌহদত অসং

12 May 2021 9:15 am
শেষবাৰৰ বাবে পৰেশ বৰুৱাৰ সৈতে কি কথা পাতিছিল হোমেন বৰগোহাঁঞিয়ে…

শেষবাৰৰ বাবে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে কথা পাতিছিল বিশিষ্ট চিন্তাবিদ হোমেন বৰগোহাঁঞিয়ে। মঙলবাৰে নিশা কেইবাগৰাকীও গুণমুগ্ধৰ সৈতে ফোনযোগে কথা পাতিছিল তেওঁ। আলফা স্বাধীন

12 May 2021 8:35 am
অসমত আকৌ ৬২৫৮জন কোৰোনাত আক্ৰান্ত, ৮৫জনকৈ লোকে হেৰুৱাইছে প্ৰাণ…

অসমত আকৌ ৬২৫৮জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ১৫৮৫জন কামৰূপ মেট্ৰ’ৰ, ৫২৭জন কামৰূপ গ্ৰাম্যৰ, ৫০৭জন ডিব্ৰুগড়ৰ আৰু ৩১৩জন নগাঁৱৰ। এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩০৪৪২৯জনলৈ পাই

11 May 2021 9:24 pm
কোভিড-১৯ঃ ব্যক্তিগত হাস্পতালত বিনামূলীয়া চিকিৎসা…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণ দেশত প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে। তাৰ মাজতে ৰাজস্থানত লোৱা হৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজস্থান চৰকাৰে মুখ্যমন্ত্ৰী চিৰঞ্জীৱী স্বাস্থ্য বি

11 May 2021 9:01 pm
কেবিনেট বৈঠকত লোৱা হ’ল কি কি সিদ্ধান্ত…

কেবিনেট বৈঠকৰ পাছতে সংবাদমেল সম্বোধন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু মন্ত্ৰী কেশৱ মহন্তই। সংবাদমেলত প্ৰতি সপ্তাহৰ বুধবাৰে কেবিনেট বৈঠক অনুষ্ঠিত হ’ব বুলি জনোৱা হয়। দিনৰ ১১ বজাৰ পৰা ১ বজাৰ

11 May 2021 8:39 pm
জনতা ভৱনত মুখ্যমন্ত্ৰীৰ কেবিনেট বৈঠক…

জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেবিনেট বৈঠক। সন্দিয়া ৬ বজাৰ পৰা আৰম্ভ হয় এই বৈঠক। মন্ত্ৰীসকলক দপ্তৰ বিতৰণৰ পাছত প্ৰথমখম কেবিনেট বৈঠক এয়া। জনতা ভৱনৰ কনফাৰেন্স হলত

11 May 2021 7:50 pm
বহৰি বজাৰত চক্ৰ বিষয়াৰ নেতৃত্বত আৰক্ষীৰ অভিযান…

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ লগতে চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন ঠাইত কোৰোনাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। ভয়াৱহ এই কোৰোনাৰ ফলত চেঙাত প্ৰতিদিনে বহু সংখ্যক লোক কোৰোনাত আক্ৰান্ত হৈ আছে। তথ

11 May 2021 7:36 pm
বকো আৰক্ষীৰ অভিযানঃ দুখন মটৰ চাইকেলসহ দুটা চোৰ আটক…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত মঙলবাৰে আৰক্ষীয়ে অভিযান চলাই মটৰ চাইকেল সহ দুটা চোৰক আটক কৰিবলৈ সক্ষম হয় । ঘটনাৰ বিৱৰণী মতে বকো থানাৰ আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ পম খেদি মঙলবাৰে বিয়ল

11 May 2021 7:09 pm
যোৰহাটত সাপ্তাহিক বজাৰ বন্ধ ঘোষণা জিলা উপায়ুক্তৰ…

ডিজিটেল সংবাদ, বেকাজানঃ যোৰহাট জিলাত পৰিস্থিতিত কোভিড -১৯ ভয়ংকৰ সংক্ৰমণৰ বৃদ্ধিয়ে এই ৰোগে ৰাইজৰ জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে বিয়লি যোৰহাট

11 May 2021 6:50 pm
গৰৈমাৰীত কোভিড ভেকচিনৰ টীকাকৰণ আৰম্ভ…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীতো মঙলবাৰে কোভিড-১৯ৰ প্ৰতিষেধক ভেকচিনৰ টীকাকৰণ কৰা হয়৷ জানিব পৰা মতে, ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন

11 May 2021 6:39 pm
প্ৰচণ্ড ধুমুহাত ক্ষতিগ্ৰস্ত ওৰাঙৰ চুতীয়া পাৰাৰ কেইবাটাও পৰিয়াল…

ডিজিটেল সংবাদ,ওৰাং : সোমবাৰে সন্ধিয়া অহা প্ৰচণ্ড ধুমুহাত ক্ষতিগ্ৰস্ত ওৰাঙৰ কেইবাটাও পৰিয়াল। ওৰাঙৰ চুতীয়া পাৰাত প্ৰচণ্ড ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন হ’য় বিপুল ডেকা নামৰ এজন লোক হস্ততাঁত

11 May 2021 5:14 pm
প্ৰতিভাৱান যুৱ শিল্পী ৰাজ মেধিৰ বিয়োগ, নগাঁও জিলাত শোকৰ ছাঁ…

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী আইলক্ষ্মী ঘাট পকামূৰা সত্ৰ নিৱাসী ৰাজ মেধি নামৰ এজন প্ৰতিভাৱান যুৱ শিল্পীৰ বিয়োগত সমগ্ৰ নগাঁও জিলাত শোকৰ ছাঁ পৰিছে। ২৫ বছৰীয়া ৰাজ মে

11 May 2021 4:50 pm
ককলাবাৰী ফাৰ্মক বিশ্বৰ এতিহ্যক্ষেত্ৰ হিচাপে গঢ় দিব ইউপিপিএলে…

ডিজিটেল সংবাদ, বাক্সা : বাক্সা জিলাৰ অন্তৰ্গত ৬৩ নং চাপাগুৰি বিধানসভা সমষ্টি এটা অতি পিছপৰা সমষ্টি। স্বাধীনতাৰ ৭৪ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে সমষ্টিটোৰ পৰা বিজয়ী হোৱা ইউ জি ব্ৰহ্মই মন্ত্ৰিত্

11 May 2021 4:45 pm
অপৰিকল্পিত কন্টেইমেন্ট জ’ন ঘোষণাই স্তব্ধ কৰিছে জনজীৱন, আৱৰ্জনাৰ দুৰ্গন্ধত বিপন্ন পৰিবেশ…

ডিজিটেল সংবাদ, গুৱাহাটী : মহানগৰীত কোৰোনা পৰিস্থিতি নিয়ন্ত্ৰৰ বাবে ৫ মে’ত জিলা উপাযুক্তৰ নিৰ্দেশনা মতে মহানগৰীৰ ৱাৰ্ড নম্বৰ ২৮,১৬ আৰু ৮ৰ বৃহত এলেকাক কন্টেইন্টমেন্ট জ’ন হিচাপে ঘোষণা কৰা হ

11 May 2021 3:54 pm
ধিং ১নং কান্ধুলিমাৰিত বিদ্যুত পৃষ্ঠ হৈ যুৱকৰ মৃত্যু…

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত ১নং কান্ধুলিমাৰিত শোকাৱহ ঘটনা সংঘটিত হয়। গাঁও খনৰ এজন যুৱক বিদ্যুত পৃষ্ট হৈ অকাল মৃত্যুক সাবটি লয়। ২৫ বছৰীয়া মজিবুৰ ৰহমান নাম

11 May 2021 3:33 pm
অজন্তা নেওঁগ অসমৰ ‘নিৰ্মলা সীতাৰমন’…

মৃদুল কুমাৰ সন্দিকৈ ৰাজ্যৰ ৰাজনীতি বহু সলনি হ’ল । মুখ্যমন্ত্ৰী ৰূপে হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহন কৰাৰ পিছতে বিতৰণ কৰিলে দপ্তৰ । দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অনুসৰণ কৰা নীত

11 May 2021 1:57 pm
হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কোন কি বিভাগৰ মন্ত্ৰী…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাৰ দপ্তৰ বিতৰণ । স্বাস্থ্য বিভাগৰ দায়িত্ব কেশৱ মহন্ত । মুখ্যমন্ত্ৰীৰ হাততে থাকিব গৃহ আৰু লোক নিৰ্মান বিভাগ । ৰনোজ পেগুক শিক্ষা আৰু ভৈয়াম জনজাতি

11 May 2021 12:55 pm
সামাজিক মাধ্যমত প্ৰকাশ হোৱা মন্ত্ৰীৰ বিভাগৰ তালিকা সত্য নহয়…

সমাজিক মাধ্যমত ভাইৰেল হোৱা মন্ত্ৰীৰ বিভাগ বিতৰণৰ তালিকা শুদ্ধ নহয় । এতিয়ালৈকে বিভাগ বিতৰণৰ সন্দৰ্ভত কোনো জাননী প্ৰকাশ হোৱা নাই । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে একাধিক বিতৰণৰ তালিকা । এই কথা

11 May 2021 12:32 pm
মঙলবাৰে সন্ধিয়া ৬ বজাত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ প্ৰথম খন কেবিনেট…

মঙলবাৰে সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী সভাৰ এইখন হ’ব প্ৰথমখন কেবিনেট বৈঠক । কেবিনেট বৈঠকৰ পূৰ্বে দপ্তৰ বিতৰণৰ সম্ভাৱনা । দিল্লীৰ পৰ

11 May 2021 11:55 am
পশ্চিমবংগৰ ৭৭ জন বিজেপি বিধায়কক নিৰাপত্তা প্ৰদান কৰিব অৰ্ধ সামৰিক বাহিনীয়ে…

ডিজিটেল ডেস্ক : পশ্চিমবংগ বিধানসভা নিৰ্বাচনত জয়ী হোৱা বিজেপিৰ ৭৭ জন বিধায়কক সুৰক্ষা প্ৰদান কৰিব অৰ্ধসামৰিক বাহিনীৰ জোৱান সকলে । সোমবাৰে চৰকাৰী সূত্ৰই এই কথা প্ৰকাশ কৰে ।চৰকাৰী সূত্ৰত প

11 May 2021 11:43 am
বৰহোলাত কোভিড ভেকচিনৰ নাটনি,দ্ৰুত সংক্ৰমণে আতংকিত কৰিছে হাজাৰ হাজাৰ ৰাইজক…

ডিজিটেল সংবাদ,বেকাজান : তিতাবৰ সমষ্টিত কোৰোণাৰ মহামাৰীত নিতৌ বিশ পঁচিশ গৰাকীকৈ আক্ৰান্ত হৈ সম্প্ৰতি নতুন নতুন গাঁৱলৈ ভয়ংকৰ ৰূপত সংক্ৰমিত হোৱাত আতংকিত হৈ পৰিছে জনসাধাৰণ । ইয়াৰ সমান্তৰালকৈ

11 May 2021 11:04 am
ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । দলীক কৰ্মীক সাক্ষাত কৰে নৱনিযুক্ত মুখ্যমন্ত্ৰী গৰাকীয়ে । বিজেপিৰ নেতা কৰ্মীৰ সৈতে আলাপ আলোচনা কৰে মুখ্যমন্ত্ৰী গৰ

11 May 2021 10:35 am
দেশত এদিনতে কোভিডত আক্ৰান্ত ৩,২৯,৯৪২ জন, ৩,৮৭৬ জনৰ মৃত্যু….

এদিনতে দেশত কোভিড আক্ৰান্ত ৩,২৯,৯৪২ জন । কোভিডত আক্ৰান্ত হৈ বিগত ২৪ ঘন্টাত মৃত্যু হয় ৩,৮৭৬ জন । কোভিডত আক্ৰান্ত হৈ বিগত ২৪ ঘন্টাত আৰোগ্য লাভ কৰে ৩,৫৬,০৮২ জনে । বৰ্তমানলৈ দেশত ১৭,২৭,১০,০৬৬ গৰাকী

11 May 2021 10:26 am
সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…

সাদিন – প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ লোৱাৰ পিছতে মঙলবাৰে ৰাতিপুৱা জয়ন্ত বৰুৱাৰ ঘৰত উপস

11 May 2021 9:52 am
সমগ্ৰ মুম্বাইত ৩ সপ্তাহৰ ভিতৰত কোভিড ভেকচিন প্ৰদান কৰাৰ ৰোডমেপ আমাৰ ওচৰত আছে –আদিত্য থাকৰে

ডিজিটেল ডেস্ক : দেশত কোভিডৰ সংক্ৰমনে বিভীষিকাৰ সৃষ্টি কৰিছে । কোভিড সংক্ৰমনৰ লগতে সমগ্ৰ দেশতে তীব্ৰ গতিতি চলিছে টিকাকৰণ অভিযান । মহাৰাষ্ট্ৰ চৰকাৰে কোভিড ভেকচিন পোনপোটীয়াকৈ আমদানি কৰাৰ ক

11 May 2021 9:32 am
তিনিচুকীয়াত গ্ৰেনেড বিস্ফোৰণ, নিহত এজন কিশোৰ…

তিনিচুকীয়া জাগুনত গ্রেনেড বিস্ফোৰণ । বিস্ফোৰণত নিহত হয় এটি কিশোৰ । জাগুনৰ কথা কাঠনিত সংঘটিত হৈছে এই ঘটনা । নিহত কিশোৰটি জাগুণ হাজং গাঁৱৰ সুৰজ হাজং (১২) । The post তিনিচুকীয়াত গ্ৰেনেড বিস্ফোৰণ, নি

11 May 2021 9:21 am
ওদালগুৰিত আকৌ ৯৭ গৰাকী কোভিড পজিটিভ চিনাক্ত…

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাজ্যজুৰি কোভিড-১৯ ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে সোমবাৰে ওদালগুৰি জিলাৰ ৯৭ গৰাকী কোভিড আক্ৰান্ত ৰোগী চিনাক্ত হয়। ইয়াকে লৈ জিলাখনত কোভিড সক্ৰিয় ৰোগীৰ সংখ্যা

10 May 2021 11:30 pm
১ মিনিটত ২৫ খবৰ…

১. অসমত আকৌ ৫৮০৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ১৪৮১জন লোক কামৰূপ মেট্ৰ’ৰ। ইফালে, ৪৮৬জন কামৰূপ গ্ৰাম্য, ৩৯২জন ডিব্ৰুগড় আৰু ২৭৫জন নগাঁৱৰ। ২. মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্

10 May 2021 11:21 pm
অসমত আকৌ ৫৮০৩জন কোভিড পজিটিভ, ৭৭জনে হেৰুৱাইছে প্ৰাণ…

অসমত আকৌ ৫৮০৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ১৪৮১জন লোক কামৰূপ মেট্ৰ’ৰ। ইফালে, ৪৮৬জন কামৰূপ গ্ৰাম্য, ৩৯২জন ডিব্ৰুগড় আৰু ২৭৫জন নগাঁৱৰ। সোমবাৰৰ দিনটোত ৰাজ্যত মৃত্যু হৈছে ৭৭জন লোকৰ। ইয়

10 May 2021 10:35 pm
মাজুলীৰ ২ নং কুঁহিয়াৰবাৰী গাঁৱত ৩৩ জন কোভিড পজিটিভ…

ডিজিটেল সংবাদ, মাজুলীঃ মাজুলী জিলাৰ নিকিনিখোৱা গাঁৱত এপ্ৰিল মাহৰ শেষৰ ফালে কোভিড -১৯ ৰ গ্ৰাসত পৰি গণসংক্ৰমণ হোৱাৰ চাঞ্চল্য মাৰ নৌযাওতেই সোমবাৰে জিলাখনৰ লুইত পৰীয়া গাঁও পঞ্চায়তৰ দুই নং কুঁ

10 May 2021 9:28 pm
দৰঙত সোমবাৰৰ দিনটোত ১৪৪ কোভিড আক্ৰান্ত চিনাক্ত…

ডিজিটেল সংবাদ, মঙলদৈঃ ৰাজ্যৰ লগতে দৰঙতো ক্ৰমে বৃদ্ধি হৈ আছে কভিড আক্ৰান্তৰ সংখ্যা। প্ৰতিদিনে বাঢ়ি গৈ আছে কোভিড আক্ৰান্তৰ সংখ্যা। স্বাস্থ্য বিভাগে জনোৱা মতে, সোমবাৰে দৰং ১৪৪ জন লোকৰ শৰীৰত

10 May 2021 8:12 pm
মুখ্যমন্ত্ৰী হৈ হিমন্ত বিশ্ব শৰ্মাই কি কাম কৰিব…

দিপজ্যোতি শৰ্মা মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰি প্ৰথম খন সংবাদমেল সম্বোধন কৰিলে হিমন্ত বিশ্ব শৰ্মাই । সহপৰিয়ালে শপত গ্ৰহণ অনুষ্ঠানত গৈ উপস্থিত হোৱা হিমন্ত বিশ্ব শৰ্মাৰ মাতৃও পুত্ৰৰ শপত গ

10 May 2021 7:25 pm
নতুন মন্ত্ৰীসভালৈ অভিনন্দন অসম ৰাজ্যিক সাংবাদিক সন্থাৰ…

ডিজিটেল সংবাদ,বোকাখাত : ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই লগতে আন কেইবাজনেও শপত গ্ৰহণ কৰা কাৰ্যক অসম ৰাজ্যিক সাংবাদিক সন্থাই অভিনন্দন

10 May 2021 7:01 pm
চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ ৰাজহুৱা শুনানি ১১ আৰু ১৫ মে’ত ৰহা আৰু হামৰেণত গ্ৰহণ কৰা হ’ব…

ডিজিটেল সংবাদ,গুৱাহাটী : যোৱা ২২ এপ্ৰিলত ঘটা সমগ্র ৰাজ্য কপোৱা তথা দেশ বিদেশতো বহুলোকে উপযুক্ত ন্যায়ৰ বাবে আহ্বান জনোৱা চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ ৰাজহুৱা শুনানিৰ দিন অহা ১১ আৰু ১৫ মে তাৰ

10 May 2021 6:56 pm
মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো পদক্ষেপ…

মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো পদক্ষেপ। মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ৰূপে নিযুক্তি প্ৰদান কৰা হৈছে সমীৰ সিনহাক। পূ্বে বিত্ত, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব হিচাপে আছিল স

10 May 2021 4:22 pm
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সফলতা কামনাৰে শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত বন্তি প্ৰজ্বলন…

ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্যখনৰ নৱ নিযুক্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সোমবাৰে গঠন হোৱা নতুন মন্ত্ৰী সভাৰ সৰ্বাংগীন সফলতা আৰু নব মনোনীত মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য মন

10 May 2021 3:53 pm
উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষা বাতিল

উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষা বাতিল সকলো শিক্ষাৰ্থীকে দ্বিতীয় বৰ্ষলৈ কৰা হ’ব উত্তীৰ্ণ ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত AHSECৰ ৪ মে’ৰ পৰা HS প্রথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত

10 May 2021 3:00 pm
মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিলে হিমন্ত বিশ্ব শৰ্মাই…

মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই । ১২.০৫ বজাত শপত গ্ৰহন কৰে কৰে শৰ্মাই । তেওঁৰ লগতে ১৩ সতীৰ্থ মন্ত্ৰীয়ে ল’ব শপত । ৰাজ্যপাল অধ্যপক জগদীশ মুখীয়ে শপত বাক্য পাঠ কৰায় । The post

10 May 2021 12:08 pm
ভাল খবৰঃ বিগত ২৪ঘন্টাত ৩,৫৩,৮১৮গৰাকী ৰোগী সুস্থ হৈছে ভাৰতত…

বিগত ২৪ঘন্টাত ভাৰতত ৩,৬৬,১৬১গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত। ইয়াৰ সমান্তৰালভাৱে ৩,৫৩,৮১৮গৰাকী ৰোগী সুস্থ হৈ উঠিছে বিগত ২৪ঘন্টাত। ৩,৭৫৪গৰাকী ৰোগীৰ মৃত্যু হৈছে বিগত ২৪ঘন্টাত। বৰ্তমানলৈ দেশ

10 May 2021 11:04 am
বিশিষ্ট মুক্তিযোদ্ধা, ৰাষ্ট্ৰপতিৰ পুৰস্কাৰপ্ৰাপ্ত কৃতী শিক্ষক, সাহিত্যিক ফনীন্দ্ৰ নাথ কলিতা আৰু নাই…

ডিজিটেল ডেস্কঃ নলবাৰীৰ বিশিষ্ট মুক্তিযোদ্ধা, ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপ্ত কৃতী শিক্ষক, সাহিত্যিক ফনীন্দ্ৰ নাথ কলিতাৰ সোমবাৰে পুৱা ৰাজগড়স্থিত কন্যাৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। ষ্ট

10 May 2021 10:50 am
ল’লে নেদেখাজনৰ আশীষঃ পুৱাই দৌল গোবিন্দ, কামাখ্যা দৰ্শন ডঃ হিমন্ত বিশ্ব শৰ্মাৰ…

শপত গ্ৰহণৰ দিনা পুৱাই শুৱালকুছিৰ শ্ৰীশ্ৰীঈশ্বৰ হাটী সত্ৰত উপস্থিত হৈ আশীষ ললে ডঃ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতে দৌল গোবিন্দ মন্দিৰত উপস্থিত ডঃ শৰ্মা। কামাখ্যা পীঠো দৰ্শন কৰিব অসমৰ নতুন

10 May 2021 9:36 am